• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৬নং দফা প্ৰতিবেদন দাখিলত উপস্থিত থকা নাথাকিল সদৌ অসম ছাত্ৰ সন্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 8:23 pm
আ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায়াধীশ বিপ্লৱ কুমাৰ দেৱ শৰ্মাৰ নেতৃত্বত গঠিত কমিটিয়ে অসম চুক্তি ৬নং দফা প্ৰতিবেদন আজি ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কেবিনেটৰ হাতত জমা দিয়ে।

কিন্তু প্ৰতিবেদন দাখিল কৰাৰ সময়ত উপস্থিত নাথাকিল কমিটিৰ সদস্য সদৌ অসম ছাত্ৰ সন্থা।

Apply Now

বিভিন্ন মহলত কথাটো চর্চা লাভ কৰাৰ সময়তে আছুৱে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গৃহমন্ত্ৰী অমিত শ্বাহকে আদি কৰি দিল্লী-দিছপুৰৰ নেতাসকলে দেশৰ লগতে অসমত সংসদৰ ভিতৰে-বাহিৰে কৈ আহিছিল উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনৰ বাবে ৰৈ আছে। সংসদৰ ভিতৰত কৈছিল দাড়ি-ক’মাসহ কাৰ্যকৰী কৰিব বুলি।  কমিটিয়ে নিৰ্দিষ্ট সময়সীমা পূৰ্বে প্ৰতিবেদন প্ৰস্তুত কৰিলে। কমিটি তৰফৰ পৰা অধ্যক্ষই তিনিখনকৈ চিঠি প্ৰদান কৰি কমিটিৰ প্ৰতিবেদন সময়তকৈ আগতে প্ৰস্তুত হৈ থকা বুলি অৱগত কৰিলে। কিন্তু কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ পৰা কৈ থকা অনুসৰি যিদৰে প্ৰতিবেদন গ্ৰহণ কৰিবলৈ তৎপৰতা দেখাব লাগিছিল সেই তৎপৰাত দেখা নাপালোঁ৷”

‘কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিটিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে নিজে গ্ৰহণ কৰিব লাগিছিল।কিন্তু তাকে নকৰি অসমৰ মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলৰ উপস্থিতিত প্ৰতিবেদন গ্ৰহণ কৰিছে।’ সেয়ে সদৌ অসম ছাত্ৰ সন্থা যোৱা নাই বুলি স্পষ্ট কৰি দিয়ে ভট্টাচাৰ্যই।

অসম চুক্তি উলংঘা কৰা নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা জাপি দি অসমৰ মুখ্যমন্ত্ৰী-কেবিনেট দিল্লী আজ্ঞাবাহী হৈ খিলঞ্জীয়া স্বাৰ্থ জলাঞ্জলী দিয়াৰ পিছত মুখ্যমন্ত্ৰী ওচৰত গৈ প্ৰতিবেদন দিয়া কথা প্ৰয়োজন অনুভৱ কৰা নাই বুলি উপদেষ্টা ভট্টাচাৰ্যই উল্লেখ কৰে।

প্ৰতিবেদনখন যিহেতু দিব লাগিব সেই বাবে কমিটিৰ সদস্যসকলে প্ৰতিবেদন জমা দিয়া বুলিও কয় ভট্টাচাৰ্যই।

আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্য কৰি কয় যে, ‘প্ৰতিবেদন লাভ কৰাৰ এক সপ্তাহৰ পিছত তেওঁলোকে আখৰে-আখৰে কাৰ্যকৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। তাৰ পিছত কমিটিয়ে নিজৰ দায়িত্ব পালন কৰি অসম ৰাইজৰ দিহা-পৰামৰ্শ আলোচনা মাধ্যমেৰে শক্তিশালী প্ৰতিবেদন প্ৰস্তুত কৰিছে। সকলো ধৰণৰ সাংবিধানিক-ন্যায়িক কথাৰে আমাৰ অধিকাৰ সুৰক্ষা কৰা সকলো কথা সন্নিৱিষ্ট কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ এতিয়া দায়িত্ব হ’ল প্ৰতিবেদন আখৰে-আখৰে পালন কৰা।’

দহ-পোন্ধৰ দিনৰ পূৰ্বে সম্পূৰ্ণ হোৱা প্ৰতিবেদনখনক লৈ সকলোৱে আশা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মৰ্যাদা সহকাৰে গ্ৰহণ কৰিব। কিন্তু আচৰিত ভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে যোৱা এক সপ্তাহ ধৰি প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় উলিয়াব নোৱাৰিলে।এই কথাতে প্ৰমাণ হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি যে কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা অভাৱ। লুৰীণ জ্যোতি গগৈয়ে আৰু কয়।

আছুৰ সভাপতি দীপাংক নাথে কয় “কমিটিৰ ছয় নম্বৰ দফাৰ প্ৰতিবেদনত যিসমূহ সন্নিবিষ্ট কৰা হৈছে। এই সকলো কথা ৰূপায়ণৰ দায়িত্ব এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ।”

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাহে সকলো কথা বাস্তবায়ীত হ’ব পাৰে বুলিও উল্লেখ কৰে সভাপতি নাথে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd