• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বক্সাৰ অভিজিত বৰুৱাক সহায় কৰিবলৈ চৰকাৰ তথা ৰাইজলৈ আহ্বান আছুৰ সাধাৰণ সম্পাদকৰ

এন ই নাও নিউজ, যোৰহাট by এন ই নাও নিউজ, যোৰহাট
May 30, 2022 2:31 pm
172
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰীড়া জগতলৈ এটা ভাল খবৰ।’বিশ্ব পেশাদাৰী বক্সিঙ’ত শেহতীয়াকৈ জিলিকি উঠিছে অসম সন্তান যোৰহাটৰ অভিজিৎ বৰুৱা।

উল্লেখ্য যে, অভিজিতে প্ৰথম অসমীয়া সন্তান হিচাপে প্ৰফেচনেল বক্সিঙৰ ক্ষেত্ৰখনত পদাৰ্পণ কৰি ইতিমধ্যে ‘৬৬-৬৯’  শাখাত দুখনকৈ খেলত জয়ী হৈ তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে সাজু হৈছে।

লগতে পঢ়ক: বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাৰ অন্যতম অভিযুক্ত আশ্বিকুল ইছলাম আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত!

দিল্লীত অনুষ্ঠিত দুখনকৈ খেলত প্ৰথম ৰাউণ্ডতে বিপক্ষক ‘নক-আউট’ কৰি জয়ী হোৱাৰ পাছত এইবাৰ দক্ষিণ আফ্ৰিকাৰ তানজেনিয়াত জুন মাহৰ শেষৰ সপ্তাহত বিশ্ব প্ৰফেচনেল বক্সিঙৰ এখন অন্যতম খেলত অৱতীৰ্ণ হ’ব অভিজিৎ। তাকেলৈ এতিয়া সকলো উৎসাহিত হৈ পৰিছে।

ইপিনে অভিজিত বৰুৱাই যাতে অনাগত দিনবোৰত সফলতা লাভ কৰি অসম মাতৃক পুনৰ বিশ্বৰ বুকুত জিলিকাই তুলিব পাৰে তাৰ আশাৰে এইবাৰ অভিজিতৰ কাষত ঠিয় হৈছে সদৌ অসম ছাত্ৰ সন্থা।

লগতে পঢ়ক: আৰক্ষীৰ গুলীত আহত অভিযুক্ত চোৰাং চিকাৰী জাগিৰ; কি ক’লে বিশ্বনাথৰ আৰক্ষী অধীক্ষকে?

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অভিজিতৰ এই প্ৰতিভাক সন্মান জনাই তেওঁৰ সফলতা কামনাৰে নিজৰ লগতে সমূহ অসমবাসীক উদীয়মান খেলুৱৈগৰাকীক শুভেচ্ছা-আৰ্শীবাদ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। লগতে তেওঁ আগুৱাই যোৱাৰ ক্ষেত্ৰত চৰকাৰখনকো সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। 

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd