• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা আৰু ই আই এ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত আছুৰ উত্তাল ধৰ্মঘট

NE NOW NEWS মানস প্রতীম গগৈ
মার্ঘেৰিটা , August 7, 2020 6:36 am

1 min read

IMG-20200806-WA0005

ফটো: নৰ্থইষ্ট নাও

447
VIEWS
Share on FacebookShare on Twitter

অসম আৰু অসমীয়াক মাধমাৰ শোধাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ‘কেব’ক ‘কা’লৈ ৰূপান্তৰ কৰিলে।

শেহতীয়াকৈ পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা, ২০২০ (Environment impact Assessment 2020)ৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বন সম্পৰ্কীয় বিভিন্ন ধৰণৰ বিধি পৰিৱৰ্তন কৰিবৰ কাৰণে চিন্তা-চৰ্চা কৰিছে।

ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এক উত্তাল প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে।

উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদক ৰূপম বৰুৱাৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে কা ২০১৯ আৰু ই আই এ ২০২০ বাতিলৰ দাবীত ৰাজ্য তথা কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

পুৱা ১০ বজাৰ পৰা ১২ বজালৈকে প্ৰায় ২ঘণ্টা ধৰি কৰা এই প্ৰতিবাদৰ অন্তত প্ৰতিবাদ স্থলীত মাৰ্ঘেৰিটা মহকুমাৰ দণ্ডাধীশ অভিজিৎ গগৈৰ উপস্থিতিত ধৰ্মঘট কাৰ্যসূচী অন্ত পেলায়।

আনহাতে, প্ৰতিবাদকাৰী নেতৃত্বই সংবাদমাধ্যমৰ আগত “কা ২০১৯” আৰু “ই আই এ ২০২০” বাতিল নোহোৱা পৰ্য্যন্ত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰাইজৰ সহযোগত গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে।

Recent News

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd