• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছু কৰ্মীক আক্ৰমণ-গ্ৰেপ্তাৰ : যোৰহাট,বিশ্বনাথত আছুৰ বিক্ষোভ কাৰ্যসূচী

নিৰ্মলেন্দু পাঠক, টীয়ক ,কাজী জেইদুল ইছলাম, বিশ্বনাথ by নিৰ্মলেন্দু পাঠক, টীয়ক ,কাজী জেইদুল ইছলাম, বিশ্বনাথ
December 29, 2021 2:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাবে আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰৰ প্ৰতিবাদত  যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাৱস্ত্য কৰে আছু কৰ্মীয়েl

গৃহ বিভাগ হাই হাই, অসম চৰকাৰ মুৰ্দাবাদ, ডিব্ৰুগড় আৰক্ষী হাই হাই, আৰক্ষীৰ গুণ্ডাগিৰি বন্ধ কৰক,অত্যাচাৰী শাসন বন্ধ কৰক, অত্যাচাৰী শাসন সহ্য কৰা নহ’ব, অতুল বৰা লেই লেই চেই চেই আদি শ্লোগানৰে উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহত উত্তাল কৰি তোলে l

Apply Now

উল্লেখযোগ্য যে ডিব্ৰু মহাবিদ্যালয়ৰ যি নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ কাৰণে ২৫ ডিচেম্বৰ দিনা ১৫ জন আছুৰ নেতাক গ্ৰেপ্তাৰ কৰি ৫ জনক জে’ললৈ প্ৰেৰণ কৰাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অসমত।

তাৰ সমান্তৰাল ভাৱে যোৰহাট জিলাৰ লগতে সমগ্ৰ অসমতে বিক্ষোভ কাৰ্যসূচী পালন কৰিছে আছুৰ বিষয়ববীয়াসকলে l

বিশ্বনাথতো আছুৰ বিক্ষোভ কাৰ্যসূচী:ডিব্ৰুগড় আছুকৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদ আৰু আছুকৰ্মীসকলক বিনাৰ্চতে মুক্তিৰ দাবীত বিশ্বনাথত বিক্ষোভ কাৰ্যসূচী পালন কৰে ।

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ প্ৰাঙ্গণত বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী ।

আৰক্ষী বিভাগক ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰা আৰক্ষী অধীক্ষক শ্ৰেতাং মিশ্ৰাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা লগতে আৰক্ষী বাহিনীক ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰা বন্ধ কৰা, অভিভাৱক মন্ত্ৰী অতুল বৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ব্যবস্থা গ্ৰহণ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

নিৰ্মলেন্দু পাঠক, টীয়ক ,কাজী জেইদুল ইছলাম, বিশ্বনাথ

নিৰ্মলেন্দু পাঠক, টীয়ক ,কাজী জেইদুল ইছলাম, বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd