• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তক ক’লা পতাকা প্ৰদৰ্শন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2020 4:33 pm

1 min read

অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তক ক’লা পতাকা প্ৰদৰ্শন
1.4k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়তেই আজি গোলাঘাট জিলাৰ সৰুপথাৰত অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক ক’লা পতাকা প্ৰদৰ্শন কৰা হয়।

আজি সৰুপথাৰত অসম গণ পৰিষদে আয়োজন কৰা ‘জাতীয় ঐক্য সমাৰোহ’ত অংশ ল’বলৈ যোৱা অৱস্থাত দলটোৰ দুয়োগৰাকী প্ৰধান নেতাক অসম ছাত্ৰ সন্থাৰ সদস্যসকলে ক’লা পতাকা প্ৰদৰ্শন কৰে।

ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদকাৰী সদস্যসকলে অসম গণ পৰিষদ মুৰ্দাবাদ, অতুল বৰা গ’ বেক, কেশৱ মহন্ত গ’ বেক আদি ধ্বনিৰে অঞ্চলটোৰ পৰিৱেশ উত্তপ্ত কৰি তোলে।

ছাত্ৰ সংগঠনটোৱে আজি বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছিল।

উল্লেখ্য যে, অসম তথা উত্তৰ-পূবত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছতো যোৱা ২০১৯ চনৰ ১১ ডিচেম্বৰত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন সদনত গৃহীত কৰিছিল।

এই জাতিধ্বংসী আইনখন গৃহীত হোৱাৰ এবছৰ হোৱাৰ পিছত অসমত পুনৰ বিভিন্ন দল-সংগঠনে আইনখন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd