• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭খন ৰাজ্যত নথি-পত্ৰ নোহোৱা বিদেশীক নাগৰিকত্ব: ক্ষুব্ধ আছু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2018 8:58 am
Samujjal-Bhattacharya

আছুৰ উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সাতখন ৰাজ্যৰ ১৬গৰাকী উপায়ুক্তক নথি-পত্ৰ নোহোৱা অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে পঞ্জীয়ন কৰিবলৈ দিয়া নিৰ্দেশত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে।

আছুৱে কয় যে অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিজেপি চৰকাৰৰ ই অতি অশুভ ইংগিত। ই ভোটবেংক ৰক্ষাৰ এক ব্যৱস্থা। ইয়াৰ প্ৰভাৱ অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো পৰিব।

Apply Now

বিজেপি চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত ‘এডেও দুডেও লোটা নিয়াৰ ছেও’ৰ নীতি গ্ৰহণ কৰিছে বুলি ব্যক্ত কৰি খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিঘ্নিত হোৱা জাতিধ্বংসী নিৰ্দেশনাক আছুৱে বিৰোধিতা কৰিছে আৰু দৃঢ়তাৰে বিৰোধিতা কৰি যাব বুলি সদৰী কৰে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল  নেতৃত্বাধীন অসম চৰকাৰ, চৰকাৰৰ সকলো অংশীদাৰী দল আৰু ৰাজ্যৰ সকলো ৰাজনৈতিক দলক আছুৱে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে।

ইপিনে, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিঘ্নিত কৰিবলৈ বিজেপি চৰকাৰে এটাৰ পাছত আনটো পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ অপশাসন আঁতৰাই ৰাইজে ৰাজনৈতিক পৰিৱৰ্তন আনিছিল। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰে এটাৰ পাছত আনটো খিলঞ্জীয়াৰ স্বাৰ্থ-বিৰোধী সিদ্ধান্তৰে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত মানসিক নিৰ্যাতন চলাইছে।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই নিৰ্দেশনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত জাপি দিয়া (১) বিদেশী (সংশোধনী) নিৰ্দেশনা ২০১৫(২) পাৰপত্ৰ (ভাৰতত প্ৰৱেশ) নিয়ম ২০১৫(৩) নাগৰিকত্ব সংশোধনী বিল ২০১৬(৪) দীৰ্ঘ ম্যাদি ভিছা এই সকলোৰে দৃঢ়তাৰে বিৰোধিতা কৰি আহিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনত জাৰি কৰা নিৰ্দেশনাৰ অধীনত দেশৰ ৭খন ৰাজ্যত অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দিয়া নিৰ্দেশনাৰ  প্ৰভাৱ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলতো পৰিব। আনকি, ১৯৭১ চনৰ পাছত অসমলৈ অহা অবৈধ বাংলাদেশীয়েও এই সুবিধা ল’ব পাৰিব। উক্ত সাতখন ৰাজ্য বা দেশৰ আন ঠাইলৈ অহা অবৈধ বাংলাদেশীয়ে এই সুবিধা লৈ অসমত প্ৰৱেশ কৰিব পাৰিব।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিজেপি চৰকাৰৰ এয়া অক অশুভ ইংগিত বুলি সদৰী কৰি ভোটৰ অংকত অসমৰ খিলঞ্জীয়া মানুহক নিঃশেষ কৰাৰ যো-জা কৰিছে বুলি ক্ষোভ ব্যক্ত কৰে। আছুৱে ইয়াৰ বিৰুদ্ধে ব্যাপক আন্দোলন  গঢ়ি তোলাৰো হুংকাৰ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd