• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউ জিলাত বৈধ মাৰাণাস্ত্ৰ লৈ সন্ত্ৰাস সৃষ্টি মন্ত্ৰীৰ ঘনিষ্ঠৰ; মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

NE NOW NEWS পাৰ্শ্বজোতি গগৈ
শিৱসাগৰ , October 12, 2020 8:08 pm

1 min read

চৰাইদেউ জিলাত বৈধ মাৰাণাস্ত্ৰ লৈ সন্ত্ৰাস সৃষ্টি মন্ত্ৰীৰ ঘনিষ্ঠৰ; মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

ফটো-নৰ্থ-ইষ্ট নাও

293
VIEWS
Share on FacebookShare on Twitter

চৰাইদেউত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰধাৰীৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাব ধৰিছে। নিশা হলেই হাতত মৰণাস্ত্ৰ লৈ তাণ্ডৱ চলাই এই সকল অস্ত্ৰধাৰীয়ে।

এইসকল অস্ত্ৰধাৰীৰ বিৰুদ্ধে আজি শিৱসাগৰত আছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, নাজিৰা মহকুমা ছাত্ৰ সন্থা আৰু চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ যোগ্য যে, শিৱসাগৰ জিলা ছাত্ৰ সন্থাই কৰা অভিযোগ অনুসৰি নাম সাঙোৰ খাইছে চৰাইদেউ জিলাৰ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে।

মন্ত্ৰী জনৰ একাংশ ঘনিষ্ঠক কোনো বাচ-বিচাৰ নোহোৱাকৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে আৰু এইসকল লোকেনিশা হলেই হাতত অস্ত্ৰ লৈ বিভিন্ন লোকক ঘৰৰ ভিতৰত ভাবুকি  প্ৰদান কৰি আহিছে।

অনাগত বিধানসভা নিৰ্বাচনত মন্ত্ৰীৰ ঘনিষ্ঠ এইসকল অস্ত্ৰধাৰীয়ে মুক্ত হত্যাৰ পাতনি মেলাৰ আশংকা কৰিছে ছাত্ৰ সন্থাই।

মন্ত্ৰীৰ আশীৰ্বাদপুষ্ট এই সকল ব্যক্তিক নিয়ন্ত্ৰণ কৰিব নোৱাৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd