• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা বাতিলৰ দাবীত মাৰ্ঘেৰিটাত আছুৰ মটৰচাইকেল ৰেলি

Nenow মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , August 21, 2020 6:26 pm

1 min read

AASU takes out motorcycle rally against CAA in Margherita
275
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধন আইন, ২০১৯ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত শুকুৰবাৰে এক মটৰচাইকেল সমদল বাহিৰ কৰে।

আইনখন বাতিলৰ দাবীত ৰাজ্যজুৰি চলা আন্দোলন বিগত কেইবামাহ ধৰি স্তিমিত হৈ থকাৰ পাছত আজি পুনৰ মাৰ্ঘেৰিটাত আছুৰ উদ্যোগত সৰৱ হৈ উঠিছে।

যি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ গুৰি ধৰোঁতা সকলে ৰাজনৈতিক হিচাপ-নিকাচত ব্যস্ত হৈ আছে তেনে সময়তে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সদস্য সকলে অংশ গ্ৰহণ কৰি কা আইন বিৰোধী বিভিন্ন শ্লগানেৰে মাৰ্ঘেৰিটাৰ পৰিৱেশ উত্তাল কৰি তোলে।

মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈৰ নেতৃত্বত প্ৰায় শতাধিক কৰ্মকৰ্তাই উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা এই মটৰ চাইকেলেৰে সমদল বাহিৰ কৰে।

সমদলটোৱে ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ মাৰ্ঘেৰিটাৰ সদাব্যস্ত বজাৰ এলেকাৰ লগতে উপকণ্ঠ লিডু অঞ্চল পৰিভ্ৰমণ কৰে।

প্ৰতিবাদী সমদলটোৱে কা আমি নামানো, কা বাতিল কৰিব লাগিবই, বাংলাদেশী গ’ বেক আদি বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd