• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদীৰ ভ্ৰমণৰ সময়তে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ সাজু আছু

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 8, 2019 1:04 pm

1 min read

4cb04e9c-189c-47b3-aa8d-f99f2e7c73bb

গুৱাহাটীৰ শ্বহীদ ন্যাসত বৃহস্পতিবাৰে আছুৰ সংবাদেমল। ফটো : নৰ্থইষ্ট নাও

1.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ দিনাটোতে অসমৰ প্ৰতিখন জিলা, মহকুমা আৰু আঞ্চলিকৰ ৰাজহুৱা স্থানত ক’লা পতাকা লৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব সদৌ অসম ছাত্ৰ সন্থাই। তদুপৰি, কাইলৈ আছুৱে ৰাজ্যজুৰি মোদীৰ প্ৰতিমূর্তি দাহ কৰিব। আজি শ্বহীদ ন্যাসত এক সাংবাদমেল যোগে এই কথা ঘোষণা কৰে আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

আনহাতে, সমূহ জিলা, মহকুমা আৰু আঞ্চলিক কমিটিয়ে আজি অসমত মোদী উপস্থিত হোৱাৰ লগে লগে যিকোনো মুহূৰ্ততে য’তে ততে জাতিধ্বংসী বিধেয়কৰ প্ৰতিলিপি দাহ কৰিব।

সাংবাদমেলত ৩০ টা জনগোষ্ঠীয় সংগঠনৰ হৈ সকীয়াই দি ভট্টাচাৰ্যই কয় যে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জালাঞ্জলি দি এই জাতিধ্বংসী বিধেয়ক কেতিয়াও অসমৰ মানুহে কোনো পৰিস্থিতিত গ্ৰহণ নকৰে।

তেওঁ লগতে কয়, “অসমৰ সকলো শ্ৰেণীৰ জনমতক তাচ্ছিল্য কৰি প্ৰধান মন্ত্ৰী মোদীয়ে এই বিধেয়ক লোকসভাত গৃহীত কৰিছে।”

আনহাতে, জাতিধ্বংসী এই বিধেয়কৰ বিৰুদ্ধে ৰাজ্য জুৰি আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে আছুৰ নেতাজনে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd