• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব পৰিবেশ দিৱসৰ দিনাই অসমৰ আমাজন খ্যাত দিহিং পাটকাইক ৰক্ষা কৰিবলৈ আহ্বান আটাছুৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 5, 2020 12:48 pm
IMG-20200605-WA0039

ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশ্ব পৰিবেশ দিৱস। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বিভিন্ন স্থানতো পালন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস।

সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ উদ্যোগত আজি হাঁহচৰা গাওঁ পঞ্চায়তত বৃক্ষ ৰোপন কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।

Apply Now

এই কাৰ্যসূচীত উপস্থিত থাকে আটাছুৰ কেন্দ্ৰীয় সহ: সাধাৰণ সম্পাদক জয়ন্ত সন্দিকৈ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰশান্ত বৰগোহাঁই আৰু শিৱসাগৰ জিলা সমিতিৰ উপ সভাপতি তপন চেতিয়া।

সেইদৰে,হাঁহচৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী প্ৰীতি দুৱৰা, সচিব প্ৰধান চন্দ্ৰ গগৈ, হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক কাশিনাথ কোঁৱৰ, বিষয় শিক্ষক দিগন্ত সন্দিকৈকে ধৰি বহু গণ্য মান্য ব্যক্তিও ইয়াত উপস্থিত থাকে।

বৃক্ষ ৰোপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ উপ সভাপতি তপন চেতিয়াই কয় যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ তথা অসমৰ প্ৰকৃতিক ভাল পোৱা প্ৰতিজন ব্যক্তিয়ে আজি একোটাকৈ গছ পুলি ৰুব লগে।

তেওঁ লগতে অসমৰ আমাজন খ্যাত দিহিং পাটকাইত চৰকাৰে যি মুক্ত কয়লা খননৰ অনুমতি দিছে সেয়া অতি সোনকালে বাতিল কৰিবলৈ মুখ্য মন্ত্ৰীক দাবী জনোৱাৰ লগতে দিহিং পাটকাইৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd