DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিপদত ৰূপজ্যোতি কুৰ্মী! মৰিয়নীৰ প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে আটছাৰ এজাহাৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 24, 2021 6:38 am
AATSA case against Rupjyoti

মৰিয়নি থানাত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আটছাৰ এজাহাৰ দাখিল। ফটো: নৰ্থইষ্ট নাও।

373
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাত ক’ভিড সংক্ৰমণ বৃদ্ধি পাই থকাৰ বাবে চৰকাৰে জিলাখনক সম্পূৰ্ণ কন্টেইনমেন্ট জ’ন কৰি ৰখা সময়তে মৰিয়নিৰ প্ৰাক্তন বিধায়ক তথা ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে বাৰে বাৰে কভিড প্ৰট’কল ভংগ কৰাৰ অভিযোগ  উত্থাপন হৈ আহিছিল।

প্ৰাক্তন বিধায়ক গৰাকীয়ে বাগিছা অঞ্চলত ক’ডিড প্ৰটকল ভংগ কৰি ব্যাপক জন সমাগম কৰি সভা সমিতি পাতি ফুৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰূপজ্যোতি কুৰ্মীৰ কৰ্মকাণ্ডক লৈ মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ অহাৰ লগতে কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে আটছাকে ধৰি বিভিন্নজনে।

 

আনহাতে, প্ৰাক্তন বিধায়ক গৰাকীৰ বিৰুদ্ধে আটছাই মৰিয়নি আৰক্ষী থানাত শুকুৰবাৰে ক’ভিড প্ৰটকল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে কংগ্ৰেছৰ পৰা চাৰিবাৰকৈ মৰিয়নিৰ বিধায়ক নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ বিধায়ক পদ ত্যাগ কৰাৰ লগতে বিজেপিত যোগদান কৰিছে।

ইপিনে সমষ্টিটোত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত বিজেপিৰ টিকট লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু এইবাৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিয়েই কুৰ্মীয়ে নিজৰ ভেটি অক্ষুন্ন ৰখাৰ বাবে উঠিপৰি লাগিছে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd