• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ড্ৰাগছ মাফিয়া লোকমান আলীক গ্ৰেপ্তাৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , November 9, 2018 8:58 pm

1 min read

Drug-mafia-

ফটো : নৰ্থ-ইষ্ট নাও

206
VIEWS
Share on FacebookShare on Twitter

নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ইটাচালি আৰক্ষী চকীৰ উপ-পৰিদৰ্শকৰ তত্ত্বাৱধানত আজি নগাঁও আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দলে এক অভিযান চলাই নগাঁও চহৰৰ নিকটৱৰ্তী ম’হখুলিৰ পৰা এজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে।

দীৰ্ঘদিন ধৰি পলাতক হৈ থকা ধৃত ড্ৰাগ মাফিয়াজন লোকমান হুছেইন ওৰফে লোকমান আলী বুলি আৰক্ষী সূত্ৰই জানিব দিয়ে। ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত লোকমান আলীৰ বিৰুদ্ধে ২৪৩/১৮ নম্বৰত আৰু ২২(চি) এন দি পি এচ আইনৰ অধীনত এটা গোচৰ পঞ্জীভূক্ত হৈ আছে। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে লোকমান আলীক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে ধৃত লোকমান আলীৰ পৰা ৪০০০ বটল ক’ফ চিৰাপ আৰু ১৮০০০ হেজাৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে।

ইফালে নগাঁও আৰক্ষীয়ে ধৃত ড্ৰাগছ মাফিয়া লোকমান আলীক আদালতত হাজিৰ কৰোৱাই যদিও আদালতে ৭ দিনৰ বাবেহে আৰক্ষীৰ জিন্মাত দিয়ে। বৰ্তমান আৰক্ষীয়ে ধৃত মাফিয়াজনৰ পৰা অধিক তথ্য সংগ্ৰহৰ বাবে সোধা-পোচা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

আনহাতে, জিলাখনত অবৈধভাৱে চলি থকা বিভিন্ন ধৰণৰ ড্ৰাগছ তথা নিচাযুক্ত ঔষধৰ অবাধ বেহা সন্দৰ্ভত ঔষধ পৰিদৰ্শক জ্ঞাত যদিও তেওঁ গ্ৰহণ কৰা নীৰৱ ভূমিকাই এতিয়া সকলোকে সন্দেহৰ মাজলৈ ঠেলি দিছে।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd