• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’মিক্ৰন চাব-ভেৰিয়েণ্টৰ প্ৰকোপত দিশহাৰা চীন; এদিনতে আক্ৰান্ত ৩কোটি ৭০ লাখ লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2022 12:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰাত্মক কৰোনাভাইৰাছে চীনত পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। চলিত সপ্তাহত দেশখনত এদিনতে ৩কোটি ৭০ লাখ লোক কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। এটা দিনতে সংক্ৰমণৰ ক্ষেত্ৰত এইটো এতিয়ালৈকে পৃথিৱীত এটা অভিলেখ। প্ৰায় প্ৰতিদিনে প্ৰায় ৫হাজাৰ লোকৰ মৃত্যু হৈছে। অ’মিক্ৰনৰ চাব-ভেৰিয়েন্ট বিএফ.৭-ৰ ফলতে চীনত নামি আহিছে এই দুৰ্যোগ।

চৰকাৰৰ মতে, সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বিমানবন্দৰত বিদেশী যাত্ৰীৰ পৰীক্ষা কৰা হ’ব। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি জিনপিঙে কৰোনাৰ বিষয়ে সতৰ্ক হোৱাৰ সম্পৰ্কত বৈঠকত বহিবলৈ আগবাঢ়িছে।

লগতে পঢ়ক: দিছপুৰৰ পৃষ্ঠপোষকতাতে চলিছে কয়লাৰ বৃহৎ চিণ্ডিকেট; অসম জাতীয় পৰিষদৰ বিস্ফোৰক অভিযোগ

Apply Now

কৰোনাভাইৰাছৰ ওপৰত চীনৰ চৰকাৰী প্ৰতিবেদন সম্পূৰ্ণৰূপে মিছা বুলি প্ৰমাণিত হৈছে। চীনৰ মতে, এতিয়ালৈকে দেশখনত এদিনত সৰ্বাধিক ৩হাজাৰ ৪৯টা  কৰোনা আক্ৰান্তৰ ঘটনা ঘছে। যোৱা দুদিনত জিনপিঙৰ দেশখনত কৰোনাত কাৰো মৃত্যু হোৱা নাই।

কিন্তু প্ৰকৃত ছবি ই সম্পূৰ্ণ বিপৰীত। বেইজিঙৰ ছাংহাইৰ চিকিৎসালয়সমূহ ৰোগীৰে ভৰি পৰিছে। লাখ লাখ মানুহে চিকিৎসালয়ত বিচনা আৰু তেজৰ বাবে হাহাকাৰ কৰি আছে। অন্ত্যেষ্টিক্ৰিয়াৰ স্থানত মৃতদেহ সৎকাৰ কৰিবলৈ দীঘলীয়া শাৰী হৈছে।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, বুধবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ এখন বৈঠকৰ পিছত বেইজিঙৰ এজন শীৰ্ষ স্বাস্থ্য বিষয়াৰ জৰিয়তে ৩কোটি ৭০ লাখ লোক সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈছে। মঙলবাৰে অভিলেখ সংখ্যক ঘটনাৰ খবৰ পোৱা গৈছে।

আশ্চৰ্যজনক কথাটো হ’ল যে ২০ ডিচেম্বৰলৈকে চীনত প্ৰায় ২৪ কোটি ৮০ লাখ লোক কৰোনাৰ নতুন ঢৌত আক্ৰান্ত হৈছে। চীনৰ চৰকাৰে শূন্য-কোভিড নীতি বাতিল কৰাৰ পিছত সমগ্ৰ দেশখনতে সংক্ৰমিত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। দেশখনৰ বিভিন্ন চিকিৎসালয়সমূহত ৰোগীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত স্বাস্থ্য ব্যৱস্থাও ভাঙি পৰাৰ পথত। 

লগতে পঢ়ক: শোভৰাজক ফ্ৰান্সলৈ প্ৰেৰণ কৰিলে নেপালে; ‘চিৰিয়েল কিলাৰ’ৰ ওপৰত ১০ বছৰৰ নিষেধাজ্ঞা

কৰোনাভাইৰাছ তিনি বছৰ পূৰ্বে চীনত প্ৰথম বিয়পি পৰিছিল। যোৱা কেইমাহমানত কৰোনাৰ নতুন ভেৰিয়েন্টৰ আধিপত্যৰ বাবে কেইবাটাও ক্ষেত্ৰত সংক্ৰমণ বৃদ্ধি পাইছে। বিজ্ঞানীসকলে তেতিয়া দাবী কৰিছিল যে অহা কেইমাহমানৰ ভিতৰত লাখ লাখ চীনা নাগৰিক কৰোনাৰ দ্বাৰা সংক্ৰমিত হ’ব আৰু লাখ লাখ লোকৰ মৃত্যু হ’ব। স্বাভাৱিকতে সমগ্ৰ বিশ্বতে কৰোনাৰ নতুন ঢৌক লৈ আতংক বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd