• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰী নিৰ্যাতনত অভিযুক্ত দেশৰ ১৫১গৰাকী সাংসদ-বিধায়ক; ১৬গৰাকীৰ বিৰুদ্ধে আছে ধৰ্ষণৰ গোচৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 22, 2024 8:47 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংসদ, বিধায়ককে ধৰি দেশৰ ১৫১ গৰাকী নেতাৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে। পূৰ্বৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীসকলে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাৰ পৰাই এই তথ্য পোহৰলৈ আহিছে। ৰাজ্য ভিত্তিত পশ্চিম বংগত নাৰী নিৰ্যাতনৰ অভিযোগত অভিযুক্ত সাংসদ- বিধায়কৰ সংখ্যা সৰ্বাধিক, আনহাতে দল হিচাপে সৰ্বাধিক অভিযুক্তৰ সংখ্যা বিজেপিত।

২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত একাধিক নিৰ্বাচনত ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগক দাখিল কৰা ৪,৬৯৩ টা শপতনামাৰ ভিতৰত ৪,৮০৯ টা শপতনামাৰ জৰীপ কৰে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে (এডিআৰ)। তাৰ পৰাই জনা যায় যে বিভিন্ন দলৰ ১৬ গৰাকী সাংসদ আৰু ১৩৫ গৰাকী বিধায়কৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হোৱাৰ গোচৰ আছে। অৰ্থাৎ মুঠতে ১৫১ গৰাকী অপৰাধী।

লগতে পঢ়কঃ অলিম্পিকৰ পিছতেই বাঢ়িল অধিক জনপ্ৰিয়তা : আয় ৩ গুণলৈ বৃদ্ধি পালে ৱিনেশ ফ’গাটৰ

Apply Now

বিধায়ক, সাংসদকে ধৰি পশ্চিম বংগৰ ২৫ গৰাকী বিধায়কৰ বিৰুদ্ধে আছে এনে গোচৰ।পশ্চিম বংগৰ পিছতে আছে অন্ধ্ৰ প্ৰদেশ। তাত ২১ গৰাকীৰ বিৰুদ্ধে আছে গোচৰ। ৰাজ্য ভিত্তিত তৃতীয় স্থানত আছে ওড়িশা। তাত একেধৰণৰ অপৰাধৰ বাবে ১৭ গৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে গোচৰ আছে।

উল্লেখ্য যে আয়োগক দাখিল কৰা শপতনামাত ১৬ গৰাকী সাংসদ-বিধায়কে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা ধৰ্ষণৰ গোচৰৰ বিষয়ে অৱগত কৰিছে। ইয়াৰে দুগৰাকী সাংসদ, বাকীসকল বিভিন্ন ৰাজ্যৰ বিধায়ক।

দল হিচাপে আগবাঢ়ি আছে বিজেপি। গেৰুৱা শিবিৰৰ ৫৪গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে আছে নাৰী নিৰ্যাতনৰ গোচৰ। দ্বিতীয় স্থানত কংগ্ৰেছ (২৩), তৃতীয় তেলেগু দেশম পাৰ্টি (১৭)। বিজেপি আৰু কংগ্ৰেছৰ পাঁচগৰাকীকৈ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ আছে।

লগতে পঢ়কঃ খেলৰ মাজতে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰি আছিল ফুটবলাৰে! ৰঙা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে (চাওক ভিডিঅ’)

উল্লেখ্য যে কলকাতাৰ আৰ জি কাৰ হাস্পতালত যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাই উত্তাল কৰি তুলিছে সমগ্ৰ দেশ। আনহাতে, মুম্বাইৰ থানেৰ এখন নাৰ্চাৰী স্কুলত দুগৰাকী শিক্ষাৰ্থীক যৌন নিৰ্যাতনৰ পিছত তাত তুমুল প্ৰতিবাদ আৰম্ভ হৈছে। দৰাচলতে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ঘটনাত সমগ্ৰ দেশেই ক্ষোভত ফাটি পৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd