DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৎকোচৰ গোচৰত দোষী সাব্যস্ত, এচিএছ বিষয়া নন্দিতা কোঁৱৰক বৰ্খাস্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 7:24 pm
Nandita Konwar
167
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে এচিএছ বিষয়া নন্দিতা কোঁৱৰক উৎকোচৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁৰ সেৱাৰ পৰা বৰ্খাস্ত কৰিছে।

২০১৭ চনত, প্ৰকল্প সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা এচিএছ বিষয়া নন্দিতা কোঁৱৰ গুৱাহাটীৰ জিলা গ্ৰামোন্নয়ন সংস্থাৰ কাৰ্যালয়ত উৎকোচ দিয়াৰ সময়ত হাতে-লোটে ধৰা পৰিছিল।

কোঁৱৰৰ বিৰুদ্ধে সেই সময়ত সাংসদ স্থানীয় এলেকা উন্নয়ন আঁচনিৰ (এমপিএলএডিএছ) ওপৰত পৰিশোধ মুকলি কৰাৰ বাবে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পূৰ্বে, ২০১৫ চনত অসম আৰক্ষীৰ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী ব্যুৰোৱে এটা এনজিঅ’ৰ সদস্যৰ পৰা উৎকোচ লোৱাৰ অভিযোগত এচিএছ বিষয়া নন্দিতা কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিল।

প্ৰতিবেদন অনুসৰি, অসমৰ বিশেষ ন্যায়াধীশৰ আদালতে বহুশুনানিৰ পিছত নন্দিতা কোঁৱৰক PC Act, 1988ৰ ধাৰা 7/13 (2)ৰ অধীনত দোষী সাব্যস্ত কৰে।

আদালতে কোঁৱৰক তিনি বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে PC Act,1988 ৰ ধাৰা 7 ৰ অধীনত এক মাহৰ বাবে ডিফল্ট সশ্ৰম কাৰাদণ্ডত ১২,০০০ টকাৰ জৰিমনা বিহে।

ইয়াৰ উপৰি তেওঁক চাৰি বছৰৰ বাবে কঠোৰ কাৰাদণ্ড আৰু লগতে PC Act, 1988ৰ ধাৰা 13(2)ৰ অধীনত দুমাহৰ বাবে ডিফল্ট কঠোৰ কাৰাদণ্ডত ২০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হৈছে।

উল্লেখ্য যে নন্দিতা কোঁৱৰ অসম কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী আৰু বিহাৰ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ কন্যা।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd