• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিল্পৰ স্বাধীনতাৰ পক্ষত ঠিয় দিছে বিশিষ্ট অভিনেতা আদিল হুছেইনে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2018 2:30 pm
Adil-Hussain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইনে কালাকাৰৰ ভাৱ প্ৰকাশৰ স্বাধীনতাৰ হকে মাত মাতিছে। নেটফ্লিক্স (Netflix), আমাজ’ন প্ৰাইম (Amazon Prime) আদি অনলাইন ভিডিঅ ষ্ট্ৰীমিং প্লেটফৰ্ম আদিত মুক্তভাৱে ভিডিঅ ষ্ট্ৰীমিং হোৱাক লৈ বিতৰ্কৰ সূচনা হৈছিল।

উল্লেখ্য যে জাষ্টিছ ফ’ৰ ৰাইট (Justice for Rights) নামৰ এটা বেচৰকাৰী সংস্থাই এই অনলাইন ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মসমূহৰ পৰা উত্তেজক বিষয়বস্তু সম্বলিত ভিডিঅ’ আঁতৰোৱাৰ বাবে দাবী জনাইছিল।

Apply Now

উক্ত বিষয়ৰ উপৰত হুছেইনে এটা টুইটেৰে ভাৰতৰ সৰলো প্ৰযোজক, পৰিচালক, অভিনেতাক সংঘবদ্ধভাৱে আগবাঢ়ি আহি নেটফ্লিক্স, আমাজ’ন প্ৰাইম আদি ডিজিটেল ভিডিঅ’ প্লেটফৰ্মৰ কলাসন্মত স্বাধীনতাৰ সপক্ষে ঠিয় দিয়াৰ বাবে আহ্বান জনাইছে।

হুছেইনে ফিল্ম চেঞ্চৰ ব’ৰ্ডে (Central Board of Film Certification চমুকৈ CBFC) গ্ৰহণ কৰা বৰ্তমানৰ চিনেমা সম্পৰ্কীয় নীতি ৰদ কৰাৰ বাবেও দাবী উত্থাপন কৰে।

নেটফ্লিক্স, আমাজ’ন প্ৰাইম আদি ডিজিটেল ভিডিঅ’ প্লেটফৰ্মৰ পৰা উত্তেজক আৰু মুক্ত ভিডিঅ বিষয়বস্তু আঁতৰাই দিবলৈ জনোৱা এটা আৱেদনৰ ওপৰত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত বিশিষ্ট অভিনেতাগৰাকীয়ে এইদৰে টুইট কৰে।

মুখ্য ন্যায়াধীশ ৰাজেন্দ্ৰ মেনন আৰু বিচাৰক ভি কামেশ্বৰেৰে গঠিত এখন বিচাৰপীঠে বিষয়টোৰ ওপৰত শুনানীৰ বাবে অহা বছৰৰ ফেব্ৰুৱাৰি মাহৰ ৮তাৰিখ ধাৰ্য কৰিছে।

অধিবক্ত হৰপ্ৰীত এছ হোৰাই বেচৰকাৰী সংস্থাটোৰ হৈ যুক্তি দৰ্শাইছে আৰু ডিজিটেল ভিডিঅ’ প্লেটফৰ্মসমূহৰ বাবে নীতি নিৰ্দেশনা আৰোপ কৰাৰ বাবে আইন প্ৰণয়ন কৰাৰ পোষকতা কৰিছে।

আৱেদনকাৰীয়ে কৈছে যে অধিক গ্ৰাহক আকৰ্ষণ অধিক লাভ কৰাৰ আশাত অনলাইন প্লেটফৰ্মসমূহে উত্তেজক, ভদ্ৰতাবিহীন, উৎকট, ধৰ্মীয়ভাৱে নিষিদ্ধ, অনৈতিক বিষয়বস্তু যোগান ধৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd