DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিতৰ্কিত কৃষি বিধেয়কৰ সপক্ষে ঠিয় দিছে বলিউড অভিনেতা অনুপম খেৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2020 5:31 pm
461
VIEWS
Share on FacebookShare on Twitter

বিৰোধী সাংসদসকলৰ তীব্ৰ বিৰোধিতাৰ পিছতো দেওবাৰে গৃহীত হ’ল দুখন কৃষি বিধেয়ক। বিধেয়কৰ বিৰোধিতা কৰিবলৈ গৈ আঠগৰাকী বিৰোধী সাংসদ চলিত অধিৱেশনৰ পৰা নিলম্বিত হ’বলগীয়াও হ’ল।

ইয়াৰ মাজতে বলিউড অভিনেতা অনুপম খেৰে কৃষি বিধেয়ক সন্দৰ্ভত মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সপক্ষে ঠিয় দিছে।

অভিনেতা খেৰে টুইটযোগে কয় যে কৃষি বিধেয়কে কৃষকৰ অৱস্থা উন্নত কৰাৰ লগতে তেওঁলোকক আত্মনিৰ্ভৰ কৰিব।

তেওঁ কয়, “যোৱা ৭০ বছৰত কৃষকসকলৰ অৱস্থা চিন্তনীয় হৈ পৰিছে। কিন্তু এতিয়া এই বিধেয়কৰ বাবে তেওঁলোকৰ অৱস্থা সলনি হৈ যাব। কৃষকসকল এতিয়া মালিক হৈ গ’ল। কৃষকসকল আন্তনিৰ্ভৰ হ’ব লাগে”।

উল্লেখ্য যে পঞ্জাৱ, হাৰিয়ানাৰ লগতে আন আন ৰাজ্যসমূহত কৃষকসকলে ৰাজপথলৈ ওলাই আহি এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আছে।

ইফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলক কেইবাবাৰো প্ৰতিশ্ৰুতি দিছে যে এই বিধেয়কৰ জৰিয়তে নূন্যতম সমৰ্থন মূল্য (এম এছ পি) আঁতৰাই দিয়া নহয়।

কিন্তু কৃষকসকলৰ মনৰ পৰা এই সন্দেহ আঁতৰা নাই।

উল্লেখ্য যে দেওবাৰে দুখন কৃষি বিধেয়ক গৃহীত কৰাক লৈ ৰাজ্যসভা উত্তপ্ত হৈ পৰিছিল।

কেইগৰাকীমান সাংসদে অধ্যক্ষৰ ডেস্কৰ মাইক্ৰ’ফোন ভাঙি পেলোৱাৰ লগতে উপাধ্যক্ষৰ কাষত থিয় হৈ কাগজ ফালি পেলোৱাৰ দৃশ্যও কেমেৰাত ধৰা পৰিছিল।

এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত বিৰোধী দলৰ ৮গৰাকী সাংসদক আজি এসপ্তাহৰ বাবে নিলম্বন কৰে।

Recent News

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd