• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অক্ষয় কুমাৰৰ পিছত কোভিডত আক্ৰান্ত বলীউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 4, 2021 4:36 pm

2 min read

govinda-081219
268
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাৰ সংক্ৰমণে এতিয়া জোকাৰি গৈছে বলীউডকো।

দেওবাৰে বলীউডৰ বলিষ্ঠ অভিনেতা কোভিডত আক্ৰান্ত হোৱাৰ খবৰ অহাৰ পিছতে এইবাৰ আন এগৰাকী অভিনেতা এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে।

অক্ষয় কুমাৰৰ পিছত কোভিডত আক্ৰান্ত হোৱা বলীউডৰ অভিনেতাগৰাকী হৈছে গোবিন্দা। আজি গোবিন্দাই তেওঁ কোভিডত আক্ৰান্ত হোৱাৰ কথা ৰজহুৱা কৰে।টুইটাৰত গোবিন্দাই লিখিছে যে তেওঁ ক’ৰ’ণা পৰীক্ষা কৰোৱাইছে আৰু ফলাফল পজিটিভ আহিছে।

তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ৰ’ণাৰ পৰীক্ষা কৰোৱাবলৈ অভিনেতাগৰকীয়ে আহ্বান জনাইছে।উল্লেখ্য কিছুদিন পূৰ্বে গোবিন্দাৰ পত্নী সুনিতাও কোভিডত আক্ৰান্ত হৈছিল।

তেওঁ অৱশ্যে বৰ্তমান সুস্থ হৈ উঠিছে বুলি গোবিন্দাই প্ৰকাশ কৰিছে।গোবিন্দা বৰ্তমান ঘৰতে নিজকে আনৰ পৰা পৃথক কৰি ৰাখিছে।

উল্লেখ্য  দেওবাৰে পুৱাই নিজৰ কৰ’না পজিটিভ হোৱাৰ খৱৰ সদৰী কৰে  বলীউদ তাৰকা অক্ষয় কুমাৰ

দেওবাৰে এটা টুইট যোগে অক্ষয়ে কয় যে আজি পুৱাই তেওঁ কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিছে আৰু বৰ্তমান তেওঁ হোম কোৱাৰেন্টাইনতে আছে।

অভিনেতাগৰাকীয়ে প্ৰয়োজনীয়া স্বাস্থ্য পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে বিগত কেইদিনত তেওঁ সান্নিধ্যলৈ অহা সকলোকে কৰ’না টেষ্ট কৰাৰ বাবে আহ্বান জনাইছে।

অভিনেতাগৰাকীয়ে লগতে সোনকালেই কামলৈ উভতিব বুলিও আশা ব্যক্ত কৰিছে।

শেহতীয়া ‘ৰাম সেতু’ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছিল অক্ষয়। যোৱা ৩০ মাৰ্চৰ পৰা মুম্বাইত ছবিখনৰ শ্বুটিং চলিছিল।

‘ৰাম সেতু’ত অক্ষয়ৰ বিপৰীতে অভিনয় কৰিছে নায়িকা জেকুলিন ফাৰ্মাণ্ডেজ আৰু নুছৰত ভাৰুচাই।

কোভিড বিধি অনুসৰণ কৰিয়েই শ্বুটিং চলিছিল যদিও কৰ’নাৰ পৰা হাত সাৰিব নোৱাৰিলে বলীউদৰ ‘খিলাড়ী’য়ে।

ইতিমধ্যে কেইবাগৰাকীও বলীউদ তাৰকা কৰ’নাত আক্ৰান্ত হৈছে। দুদিন পূৰ্বে আক্ৰান্ত হৈছিল আলিয়া ভাট। তদুপৰি, আমিৰ খান, কাৰ্তিক আৰিয়ান, মিলিন্দ সুমনো কৰ’নাত আক্ৰান্ত হৈছে।

Recent News

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd