• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুই মহাৰথীৰ বাক যুদ্ধ; অনুপম খেৰক ‘বহুৱা’ আখ্যা নাছিৰুদ্দিন শ্বাহৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 23, 2020 11:47 am

1 min read

Naseeruddin-Shah-Anupam-Kher-1-2

অনুপম খেৰ আৰু নাছিৰুদ্দিন শ্বাহ

3.7k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধন) আইন সম্পৰ্কে বলিউদৰ অভিনেতা অনুপম খেৰে গ্ৰহণ কৰা স্থিতিৰ বাবে অনুপম খেৰক ‘বহুৱা’ আখ্যা দিছে বলিউদৰ আন এগৰাকী বৰ্ষীয়ান অভিনেতা নাছিৰুদ্দিন শ্বাহে।

‘‘অনুপম খেৰক গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। তেওঁ এগৰাকী বহুৱা। এফ টি আই আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ তেওঁৰ সহপাঠি সকলে খেৰৰ স্বভাৱৰ বিষয়ে জানে,’’ নাছিৰুদ্দিন শ্বাহে খেৰক কটাক্ষ কৰি কয়।

আনহাতে, দেশজুৰি নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলনত বলিউদে কিয় সক্ৰিয়া ভুমিকা পালন কৰা নাই সেই সম্পৰ্কত চিন্তা ব্যক্ত কৰে নাছিৰুদ্দিন শ্বাহে।

তদুপৰি, দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মাৰপিটৰ ঘটনাৰ পাছত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ ওচৰত উপস্থিত হোৱা অভিনেত্ৰী দিপীকা পাডুকনক সাহসী আখ্যা দিয়ে অভিনেতী নাছিৰুদ্দিন শ্বাহে।

উল্লেখযোগ্য যে, অভিনেতা অনুপম খেৰে দেশজুৰি হোৱা নাগৰিকত্ব (সংশোধন) আইন বিৰুধী আন্দোলনক সমালোচনা কৰিছিল আৰু চৰকাৰৰ পাকিস্তান, আফগানিস্তান, বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা পাঁচটা ধৰ্মৰ লোকক নাগৰিকত্ব দিয়া সিদ্ধান্তক আদৰণি জনাইছিল।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd