• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অতি শীঘ্ৰেই পিতৃ-মাতৃ হ’ব ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী নাটাশা ষ্টানকোভিচ!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2020 4:11 pm
index.jpg4
6.5k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে অভিনেত্ৰী নাটাশা ষ্টানকোভিচে সামাজিক মাধ্যমৰ যোগে ঘোষণা কৰিছে তেওঁ আৰু বাগদত্ত হাৰ্দিক পাণ্ডিয়াৰ প্ৰথমটো সন্তানৰ বাবে তেওঁলোক অপেক্ষা কৰি আছে।

ষ্টানকোভিচে তেওঁ আৰু পাণ্ডিয়াৰ এখন যুগ্ম ফ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখিছে যে, ‘হাৰ্দিক আৰু মই এই পৰ্যন্ত এটা স্মৰণীয় যাত্ৰা কৰি আছো, এই যাত্ৰা আৰু ভাল হ’বলৈ গৈ আছে। একেলগে, আমি এটা নতুন জীৱন আদৰিবলৈ আগ্ৰহী হৈ আছো। আমাৰ জীৱনৰ এই নতুন পদক্ষেপৰ বাবে উৎসাহিত কৰক আৰু আমি আপোনালোকৰ পৰা শুভকামনা আশা কৰিছো।’

https://www.instagram.com/p/CA2ktl8A5BV/?utm_source=ig_embed

ষ্টানকোভিচে নিজা ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰা ফ’টোখনত তেওঁক গৰ্ভৱতী যেন দেখা গৈছে। গৰ্ভত হাত দি থকা ফটোখনত পাণ্ডিয়া আৰু নাটাশাক অত্যন্ত উৎফুল্লিত আৰু সুখী যেন দেখা গৈছে।

ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে তেওঁলোকৰ জীৱনলৈ অতি শীঘ্ৰেই নতুন আলহীৰ আগমণ ঘটিব।

নাটাশাৰ প’ষ্টত তেওঁলোকৰ বন্ধু-বান্ধৱীসকলে শুভকামান জনোৱা দেখা গৈছে।

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ লগতে অধিনায়ক বিৰাট কোহলীৰ লগতে বহু শুভাকাংশীয়ে নাটাশা আৰু  হাৰ্দিকক আগতীয়া শুভেচ্ছা প্ৰদান কৰিছে।

ৰিয়েলি শ্ব’ নাচ বলিয়ে ছিজন ৯ ৰ সঙ্গী তথা নাটাশাৰ প্ৰাক্তন প্ৰেমিক অলি গ’ণীয়ে দুয়োকে শুভকামনা জনাই লিখিছে, ‘ইশ্বৰে তোমালোকৰ মঙ্গল কৰক।’

উল্লেখ্য যে, বিগত বছৰৰ পৰাই ভাৰতীয় জাতীয় দলৰ ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু নাটাশাৰ প্ৰেম কাহিনীয়ে দেশৰ সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰি আহিছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd