• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

সামাজিক মাধ্যমৰ পোষ্টৰ বাবে বিপদত অভিনেতা পৰমব্ৰত চেটাৰ্জী, কলকাতা উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সকাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2026 9:17 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কথা বা সামাজিক মাধ্যমৰ পোষ্টৰ যে এক গভীৰ প্ৰভাৱ থাকে, সেই কথা এতিয়া ভালদৰেই মৰ্মে মৰ্মে উপলব্ধি কৰিছে টলিউডৰ জনপ্ৰিয় অভিনেতা পৰমব্ৰত চেটাৰ্জীয়ে। ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা কৰা এটা পুৰণি টুইটক কেন্দ্ৰ কৰি এতিয়া আইনী মেৰপেচত পৰিছে অভিনেতাগৰাকী। তেওঁৰ লগতে অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীৰ বিৰুদ্ধেও কলকাতাৰ গড়িয়াহাট থানাত এটা এজাহাৰ ৰুজু কৰা হৈছে। এই পুৰণি পোষ্টটোৱে বৰ্তমানৰ সলনি হোৱা ৰাজনৈতিক প্ৰেক্ষাপটত দুয়োগৰাকী তাৰকাৰ বাবে ডাঙৰ সমস্যা কঢ়িয়াই আনিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ২০২১ চনৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ দিনা যেতিয়া তৃণমূল কংগ্ৰেছৰ জয় নিশ্চিত হৈছিল, তেতিয়া পৰমব্ৰত চেটাৰ্জীয়ে সামাজিক মাধ্যমত লিখিছিল যে আজিৰ দিনটোক বিশ্ব ৰোগৰানি দিৱস অৰ্থাৎ প্ৰহাৰ কৰা দিন হিচাপে ঘোষণা কৰা হওক। এই পোষ্টটোৰ উত্তৰত অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে হাঁহিৰ ইম’জি ব্যৱহাৰ কৰি সমৰ্থন জনাইছিল। অধিবক্তা জয়দীপ সেনে দাখিল কৰা অভিযোগনামাত কোৱা হৈছে যে এই পোষ্ট আৰু মন্তব্যই সেই সময়ত হোৱা নিৰ্বাচন পৰৱৰ্তী হিংসাত্মক ঘটনাবোৰক উচতনি দিছিল, যাৰ ফলত বিৰোধী দলৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছিল।

Apply Now

এই ঘটনাৰ পিছতে কলকাতা আৰক্ষীয়ে স্বস্তিকা মুখাৰ্জীক থানাত প্ৰায় এঘণ্টা ধৰি জেৰা কৰে। ইফালে সম্ভাৱ্য গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ পৰমব্ৰত চেটাৰ্জীয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চ ন্যায়ালয়ে অভিনেতাজনক কিছু পৰিমাণে সকাহ দি অহা চাৰি সপ্তাহৰ বাবে তেওঁৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। অৱশ্যে ইয়াৰ বাবে তেঁও আৰক্ষীৰ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব বুলি আদালতে স্পষ্ট কৰি দিছে।

আনহাতে পৰমব্ৰতৰ পত্নী পিয়া চক্ৰৱৰ্তীয়ে এই অভিযোগ নাকচ কৰি কয় যে ৰোগৰানি শব্দটো প্ৰথমে এজন বিজেপি নেতাই শিল্পীসকলক ধমকি দিবলৈ ব্যৱহাৰ কৰিছিল আৰু পৰমব্ৰতে কেৱল তাৰ ওপৰত এটা ব্যংগাত্মক পোষ্টহে কৰিছিল। কিন্তু ৰাজনৈতিক মহল আৰু বিজেপি নেতৃত্বই এই গৰাকী অভিনেতাক তীব্ৰ সমালোচনা কৰি সুযোগসন্ধানী বুলি অভিহিত কৰিছে। ৰাজনৈতিক পৰিৱেশ সলনি হোৱাৰ বাবে অভিনেতাজনে নিজৰ সন্তানৰ দোহাই দি স্থিতি সলনি কৰা বুলিও একাংশই অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd