• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড্ৰাগছ সম্পৰ্কীয় বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত এইবাৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙক ইডিৰ চমন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2022 6:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Rakul Preet Singh summoned by ED ড্ৰাগছৰ বিতৰ্কই লগ এৰা নাই অভিনেত্ৰী ৰাকুল প্ৰীত সিঙক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তাৰকা অভিনেত্ৰী ৰাকুল প্ৰীত সিং বলীউডৰ ড্ৰাগছ কেলেংকাৰীত নাম অহা নায়িকাসকলৰ মাজৰ এগৰাকী আছিল। এইবাৰ টলিউড (তেলেগু) উদ্যোগৰ ড্ৰাগছৰ গোচৰতো ৰাকুলে ৰেহাই পোৱা নাই। অভিনেত্ৰীগৰাকীক ড্ৰাগছ সম্পৰ্কীয় বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত ইডিয়ে মাতি পঠিয়াইছে।

ইডিৰ বিষয়াসকলে শুকুৰবাৰে কয় যে অভিনেত্ৰীগৰাকীক সোমবাৰে অৰ্থাৎ ১৯ ডিচেম্বৰত ইডিৰ বিষয়াসকলে সোধা-পোছা কৰিব।

লগতে পঢ়ক: সক্ৰিয় কিম জং-উন! নতুন অস্ত্ৰৰ বাবে অত্যাধুনিক ইঞ্জিনৰ পৰীক্ষা চলালে উত্তৰ কোৰিয়াই

Apply Now

ইয়াৰ পূৰ্বে ২০২১ চনৰ ৩ ছেপ্টেম্বৰত ৰাকুলক গোচৰটোত সোধা-পোছা কৰা হৈছিল। যোৱা চাৰি বছৰ ধৰি প্ৰৱৰ্তন সঞ্চালকালয়ে তেলেগু চলচ্চিত্ৰ উদ্যোগৰ ভিতৰত বিয়পি পৰা ড্ৰাগছ ৰেকেটৰ ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে।

২০১৭ৰ জুলাইত ড্ৰাগছ কেলেংকাৰী পোহৰলৈ আহিছিল। গায়ক কেলভিন মাশ্চেৰেনৰ পৰা প্ৰায় ৩০ লাখ টকাৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল। এলএছজি., এমডিএমএ-ৰ দৰে নিষিদ্ধ ড্ৰাগছ তেওঁৰ তাত পোৱা গৈছিল। গোচৰটোৰ ৰহস্য উন্মোচন কৰিবলৈ, ইডিয়ে ৰবি তেজা, নভদীপ, তানিশ, তৰুণ, মুমাইথ খান, ৰাণা দগ্গুবটিকে ধৰি বহুতো তাৰকাক জেৰা কৰিছে।

ইডিৰ বিষয়াই জানিবলৈ দিয়ে যে মুঠতে প্ৰায় ১২ টা গোচৰ ৰুজু কৰা হৈছে যাৰ ভিতৰত ১১ টা গোচৰত অভিযোগনামা দাখিল কৰা হৈছে। টলিউডৰ তাৰকাসকলক মুখ্যতঃ ৰাজসাক্ষী হিচাপে মতা হৈছে। অভিযোগনামাত অভিযুক্তৰ তালিকাত এই তাৰকাসকলৰ নাম নাই।

লগতে পঢ়ক: মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ; আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

ৰাকুল তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে যোৱা কেইমাহমান ধৰি চৰ্চাত আছে। অভিনেতা-প্ৰযোজক জেকি ভাগনানিৰ সৈতে ৰাকুল এক সম্পৰ্কত আছে আৰু তেওঁ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd