• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সক্ৰিয় কিম জং-উন! নতুন অস্ত্ৰৰ বাবে অত্যাধুনিক ইঞ্জিনৰ পৰীক্ষা চলালে উত্তৰ কোৰিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2022 5:45 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

North Korea tests solid-fuel motor উত্তৰ কোৰিয়াই এক নতুন অস্ত্ৰ প্ৰণালীৰ বাবে এটা অত্যাধুনিক ইঞ্জিনৰ সফলতাৰে পৰীক্ষা সম্পন্ন কৰিছে। শুকুৰবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

পিয়ংইয়ংৰ এই ঘোষণা এনে এক সময়ত আহিছে যেতিয়া পাৰমাণৱিক শক্তিসম্পন্ন দেশখনৰ শত্ৰুসকলে নিজৰ মাজত অধিক সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে।

লগতে পঢ়ক: মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ; আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

Apply Now

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা কেচিএনএ-য়ে শুকুৰবাৰে কয় যে দেশখনৰ পূবত ‘ছোহাই’ উপগ্ৰহ উৎক্ষেপণ ক্ষেত্ৰত কঠিন ইন্ধন চালিত সেই ইঞ্জিন বা মটৰৰ পৰীক্ষা কৰা হৈছিল। উত্তৰ কোৰিয়াই দেশখনৰ নেতা কিম জং-উনৰ পোনপটীয়া তত্বাৱধানত পৰীক্ষাটো অনুষ্ঠিত কৰিছিল। 

কেচিএনএ-য়ে লগতে কয় যে পৰীক্ষাবোৰে মটৰৰ নিৰ্ভৰযোগ্যতা আৰু স্থিৰতা প্ৰমাণ কৰিছে আৰু আন এক নতুন প্ৰকাৰৰ কৌশলগত অস্ত্ৰৰ বিকাশত ইয়াৰ ব্যৱহাৰৰ নিশ্চয়তা পোৱা গৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া আৰু জাপানে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে নতুন কঠিন ইন্ধন চালিত মিছাইল বিকশিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। এনে মিছাইলবোৰ বহুত বেছি স্থিৰ আৰু সেইবোৰ উৎক্ষেপণৰ বাবে বেছি প্ৰস্তুতিৰ প্ৰয়োজন নাই। ফলস্বৰূপে, এই মিছাইলটো নিক্ষেপ নকৰালৈকে কাৰো বাবে একো অনুমান কৰা সম্ভৱ নহ’ব।  

লগতে পঢ়ক: সন্দেহতে ১১ জন লোকক ‘হত্যা’! ভুৱা এনকাউণ্টাৰ গোচৰত ৪৩ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড

উক্ত দেশসমূহে লগতে দাবী কৰে যে পিয়ংইয়ংয়ে সপ্তম পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰাৰ বাবে ইয়াৰ সামৰিক পাৰমাণৱিক কাৰ্যসূচী তীব্ৰতৰ কৰিছে। উত্তৰ কোৰিয়াৰ পৰা যিকোনো ভাবুকিৰ মোকাবিলা কৰিবলৈ তিনিওখন দেশে সকলো সম্ভৱ ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ দুদিন পিছতে পিয়ংইয়ংৰ নতুন ঘোষণাটো আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd