• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিচালকক অপহৰণ কৰি হকী ষ্টিকেৰে প্ৰহাৰৰ অভিযোগ; অভিনেত্ৰীকে ধৰি ১১জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2026 10:54 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ এগৰাকী চলচ্চিত্ৰ পৰিচালকক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। তেওঁক অপহৰণ কৰি ক্ৰিকেট ষ্টাম্প আৰু হকী ষ্টিকেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। টি এ অনিশ নামৰ কানাড়া চলচ্চিত্ৰ পৰিচালকগৰাকীক মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এঘাৰজন লোকক।

বেংগালুৰু আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত এগৰাকী অভিনেত্ৰীও আছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বিত্তীয় লেনদেনৰ বিবাদৰ বাবেই টি এ অনিশক প্ৰহাৰ কৰা হয়।

Apply Now

জানিব পৰা মতে, টি এ অনিছে যোৱা ১১ ফেব্ৰুৱাৰীত আডুগোডী থানাত এজাহাৰ দাখিল কৰিছিল।পৰিচালনাৰ উপৰিও তেওঁৰ সোণৰ গহনা আৰু নগদ ৩০ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ কৰে পৰিচালকগৰাকীয়ে। মুকলি কৰি দিয়াৰ পূৰ্বে তেওঁক কেইবাটাও স্থানলৈ লৈ যোৱা হৈছিল।

বাতৰি অনুসৰি, অনিশে অলপতে বেংগালুৰুৰ পৰা মুম্বাইলৈ গুচি আহিছিল যদিও তেওঁৰ গাড়ী বিক্ৰী কৰিবলৈ এগৰাকী অভিনেত্ৰীৰ সৈতে যোগাযোগ ৰখা বুলি আৰক্ষীক জনাইছিল। ইন্দিৰানগৰত থকা সময়ৰ পৰাই তেওঁ অভিনেত্ৰীগৰাকীক চিনি পাইছিল।

কানাড়া পৰিচালকগৰাকীয়ে দাবী কৰিছে যে তেওঁক গাড়ীখন বিক্ৰী কৰাত সহায় কৰাৰ নামত মাতিছিল। তদুপৰি ৯ ফেব্ৰুৱাৰীত আডুগোডি অঞ্চলৰ পৰা অপহৰণ কৰি ব্যাদাৰাহল্লীলৈ লৈ গৈ এটা কোঠাত আবদ্ধ কৰি মাৰপিট আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। পিছত অনিশক বলপূৰ্বকভাৱে পণ্ডিতনাহল্লীৰ ওচৰৰ মন্দৰগিৰি পাহাৰলৈ লৈ যোৱা হয়।

আৰক্ষীয়ে জনোৱা মতে, অভিযোগৰ ভিত্তিত ঐশ্বৰ্য ওৰফে এছ মেলো নামৰ এগৰাকী অভিনেত্ৰীকে ধৰি ১১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে আটক কৰা লোকসকলক আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছে।

কিন্তু প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষী বিষয়াসকলে কয় যে মুক্তি নোপোৱা এখন ছবিক লৈ অনিশৰ সৈতে এজন বিনিয়োগকাৰীৰ আৰ্থিক বিবাদ হৈছিল। এই বিবাদৰ বাবেই বিনিয়োগকাৰীৰ এজন ঘনিষ্ঠ সহযোগীয়ে অনিশক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলিও জানিব পৰা গৈছে। এই সন্দৰ্ভত তদন্ত চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd