• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিয়াৰ প্ৰতিশ্ৰুতি দি অভিনেত্ৰীক ধৰ্ষণ কৰিলে পাইলটে, তাৰপিছত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 19, 2021 3:55 pm

1 min read

a raper
328
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া ক্ৰমাৎ ধৰ্ষণৰ ঘটনা বৃদ্ধি পাবলৈ লৈছে।

শেহতীয়াকৈ মুম্বাইত এগৰাকী টেলিভিছনৰ অভিনেত্ৰী ধৰ্ষণৰ বলি হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মুম্বাইৰ ওছিয়াৰা নিবাসী অভিনেত্ৰীগৰাকীৰ সৈতে এটা মেট্ৰিম’নিয়েল ছাইটৰ জৰিয়তে কিছুদিন পূৰ্বে চিনাকী হৈছিল এজন পাইলটৰ।

আৰক্ষীয়ে নিৰাপত্তাৰ স্বাৰ্থত নাম গোপনে ৰখা অভিনেত্ৰীগৰাকীৰ সৈতে পাইলট জনে ফোনত কথা পাতিবলৈ আৰম্ভ কৰিছিল আৰু এনেদৰে তেওঁলোকৰ মাজত বন্ধুত্বও গঢ় লৈ উঠিছিল।

ইয়াৰ পিছতে এদিন পাইলটজনে অভিনেত্ৰীগৰাকীৰ ঘৰলৈ আহিবলৈ বিচাৰে আৰু অভিনেত্ৰীগৰাকীয়ে পাইলট জনৰ ইচ্ছাত সন্মতিও জনায়।

পাইলটজনে অভিনেত্ৰীৰ ঘৰলৈ গৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়ায় আৰু অভিনেত্ৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলে।

এই ঘটনাৰ পিছৰে পৰা পাইলটজনে অভিনেত্ৰীৰ সৈতে সম্পৰ্ক বন্ধ কৰি দিয়ে।

অভিনেত্ৰীয়ে ফোন কৰিলেও পাইলটে সঁহাৰি নজনোৱা হ’ল।

এদিন অভিনেত্ৰীয়ে পাইলটক লগ ধৰি বিয়াৰ কথা উলিওৱাত পাইলটে বিয়া পাতিব নোৱাৰো বুলি স্পষ্ট কৰি দিলে।

ইয়াৰ পিছতে যোৱা নিশা ওছিয়াৰা থানাত উপস্থিত হৈ অভিনেত্ৰীয়ে পাইলটৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি অভিযুক্ত পাইলট জনক আটক কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

কিন্তু  এতিয়াও পাইলতক বিচাৰি পোৱা নাই আৰক্ষীয়ে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd