• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদানিয়ে কিনা নাই দ্য আসাম ট্ৰিবিউন : বিক্ৰীৰ খবৰ সম্পূৰ্ণ মিছা আৰু ভুৱা বুলি স্পষ্ট কৰিলে কৰ্তৃপক্ষই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 9:58 pm
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ পৰা প্ৰকাশিত অতি জনপ্ৰিয় ইংৰাজী দৈনিক কাকত দ্য আসাম ট্ৰিবিউন উদ্যোগপতি গৌতম আদানিৰ হাতলৈ যোৱা বুলি ছচিয়েল মিডিয়াত চলি থকা চৰ্চা সম্পূৰ্ণৰূপে খণ্ডন কৰিছে কাকত কৰ্তৃপক্ষই। এই খবৰটোক সম্পূৰ্ণ ভিত্তিশূন্য, মিছা আৰু মানহানিকাৰক বুলি অভিহিত কৰিছে আসাম ট্ৰিবিউন গোষ্ঠীয়ে।

ছচিয়েল মিডিয়াত এই সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতি জাৰি কৰি পৰিচালনা সমিতিয়ে স্পষ্ট কৰি দিয়ে যে এনে কোনো ধৰণৰ বিক্ৰী প্ৰক্ৰিয়া হোৱা নাই।

Apply Now

আসাম ট্ৰিবিউন পৰিচালনা সমিতিয়ে জনোৱা মতে, যোৱা ২৪ মে’ত জ্ঞানেন চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিয়ে কৰা এটা অপৰীক্ষিত ফেচবুক পোষ্টৰ পৰাই এই উৰাবাতৰিৰ সৃষ্টি হৈছিল। সেই পোষ্টটোত দাবী কৰা হৈছিল যে কাকতখনি ৪২০ কোটি টকাত আদানিক বিক্ৰী কৰা হৈছে। কোনো ধৰণৰ সত্যতা নিৰূপণ নকৰাকৈ আৰু কোনো চৰকাৰী বা বিশ্বাসযোগ্য উৎসৰ অবিহনেই একাংশ জনা-বুজা ব্যক্তি আৰু আনকি সংবাদ মাধ্যমেও এই ভুৱা খবৰটো ছচিয়েল মিডিয়াত বিয়পাই দিয়াত কৰ্তৃপক্ষই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

এই স্পষ্টীকৰণৰ পিছতে ছচিয়েল মিডিয়াত অজস্ৰ পাঠকে কাকতখনৰ প্ৰতি সমৰ্থন আৰু শুভেচ্ছা আগবঢ়ায়। বহুতৰে মতে আসাম ট্ৰিবিউন হৈছে আমাৰ অঞ্চলটোৰ আটাইতকৈ বিশ্বাসী আৰু নীতিগত সংবাদ প্ৰতিষ্ঠান। কাকতখনি বিক্ৰী হোৱাৰ খবৰটো মিছা বুলি জানিব পাৰি অসমৰ সচেতন পাঠকে স্বস্তিৰ নিশ্বাস পেলাইছে আৰু আসাম ট্ৰিবিউন পৰিয়ালৰ প্ৰতি গভীৰ সন্মান তথা আস্থা প্ৰকাশ কৰিছে।

কাকতখনে নিজৰ ৮৮ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ কথা সোঁৱৰাই দি কয় যে ইয়াৰ প্ৰতিষ্ঠাপক ৰাধাগোবিন্দ বৰুৱাৰ পৰা আৰম্ভ কৰি বৰুৱা পৰিয়ালৰ কেইবাটাও প্ৰজন্মই এই সংবাদ প্ৰতিষ্ঠানটোৰ বিশ্বাসযোগ্যতা আৰু ৰাইজৰ আস্থা ৰক্ষা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে।

বিগত প্ৰায় নটা দশক ধৰি আসাম ট্ৰিবিউনে পাঠকৰ যি বিশ্বাস অৰ্জন কৰিছে, তাক অনাগত দিনতো ধৰি ৰাখিব বুলি তেওঁলোকে স্পষ্ট কৰি দিয়ে। ইয়াৰ লগতে এনে উৰাবাতৰি আৰু মিছা খবৰ সৃষ্টি কৰা বা বিয়পোৱা ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও পৰিচালনা সমিতিয়ে সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd