• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ATMৰ পৰা ৫০০০টকাৰ বেছি উলিয়ালে ভৰিব লাগিব অতিৰিক্ত চাৰ্জ! সলনি হ’ল কি নিয়ম?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2020 9:09 am
ATM-WIthdrawal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎসৱৰ বতৰতে সাধাৰণ নাগৰিকৰ বাবে এটা বেয়া খৱৰ। শীঘ্ৰেই ATMৰ পৰা টকা উলিওৱাবলৈ গ’লে গ্ৰাহকে ভৰিবলগীয়া হ’ব পাৰে অতিৰিক্ত চাৰ্জ।

বাতৰি অনুসৰি, ৫,০০০টকাৰ ওপৰত টকা উলিয়ালে গ্ৰাহকে অতিৰিক্ত চাৰ্জ দিবলগীয়া হ’ব পাৰে।

Apply Now

সূত্ৰ অনুসৰি, ATMৰ পৰা টকা উলিওৱাৰ নিয়ম সলনি কৰাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে।

বৰ্তমান গ্ৰাহকসকলে মাহত পাঁচবাৰলৈকে বিনামূলীয়াকৈ ATMৰ পৰা টকা উলিয়াব পাৰে। প্ৰস্তাৱিত নতুন নিয়মত ইয়াৰ কোনো সলনি নহয় বুলি কোৱা হৈছে। আগলৈকো গ্ৰাহকে মাহত পাঁচবাৰলৈকে বিনামূলীয়াকৈ ATMৰ পৰা টকা উলিয়াব পাৰিব।

কিন্তু ATMৰ পৰা একেলগে ৫,০০০টকাৰ অধিক উলিয়ালে সুকীয়াকৈ চাৰ্জ ভৰিবলগীয়া হ’ব পাৰে।

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক এনে পৰামৰ্শ দিয়া হৈছে বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, ATMৰ পৰা ৫,০০০টকাৰ বেছি উলিয়ালে গ্ৰাহকে ২৪টকা অতিৰিক্ত চাৰ্জ দিবলগীয়া হ’ব পাৰে।

চলিত নিয়ম অনুসৰি মাহত গ্ৰাহকে পাঁচবাৰতকৈ অধিক ATMৰ পৰা টকা উলিয়ালে বেংকক অতিৰিক্ত ২০টকা চাৰ্জ ভৰিব লাগে।

ATMৰ পৰা টকা উলিওৱাৰ নিয়ম সম্পৰ্কে পৰ্যালোচনা কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে  এখন কিমিট গঠন কৰি দিছিল।

উক্ত কমিটিৰ পৰামৰ্শ অনুসৰি এইবাৰ এনে নিয়ম সলনি হ’বলৈ আগবাঢ়িছে। অৱশ্যে, এই প্ৰতিবেদন আৰবিআইয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।

কিন্তু তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এখন আবেদনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এই তথ্য সদৰী কৰিছে।

ATMৰ পৰা টকা উলিওৱাৰ চাৰ্জৰ বিষয়ে পৰ্যালোচনাৰ বাবে ইণ্ডিয়ান বেংক এছোচিয়েশ্যনৰ মুৰব্বী ভি জি কন্নানৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিখনে যোৱা বছৰৰ ২২ অক্টোবৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদন এতিয়া ৰাজহুৱা কৰা হোৱা নাই।

কিন্তু এই কমিটি সম্পৰ্কত বিভিন্ন তথ্য জানিবলৈ শ্ৰীকান্ত এল নামৰ এগৰাকী ব্যক্তিয়ে আৰ টি আই কৰিছিল। এই আৰটিআইৰ উত্তৰত ৰিজাৰ্ভ বেংকে কন্নান কমিটিৰ প্ৰতিবেদনত আগবঢ়োৱা প্ৰস্তাৱ সম্পৰ্কে অৱগত কৰে য’ত ৫,০০০টকাৰ ওপৰত উইড্ৰ’লৰ ক্ষেত্ৰত অতিৰিক্ত চাৰ্জ লগোৱাৰ কথাটোও আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd