• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্যে বাঁহৰ ভুৰেৰে মহাবাহুৰ বুকুৰে মাজুলীৰ পৰা গুৱাহাটী পালেহি তিনি যুৱক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 8, 2020 5:13 pm
252
VIEWS
Share on FacebookShare on Twitter

তিনি যুৱকৰ এক দু: সাহসিক অভিযান। বাঁহৰ ভূৰৰে মহাবাহু ব্ৰহ্মপুত্ৰত কোবাল সোঁতক নেওচি যাত্ৰা তিনি যুৱকৰ।

গুৱাহাটীৰ শেখৰ বৰদলৈ আৰু মাজুলীৰ ৰিছান দলেই মাজুলীৰ পৰা গুৱাহাটীলৈ লুইতৰে কৰা  যাত্ৰাৰ সহযোগী হিচাপে আছিল ফটোগ্ৰাফাৰ নয়ন বৰদলৈ।

প্ৰকৃতি সুৰক্ষা আৰু sustainable development সম্পৰ্কে সচেতনতা সৃষ্টিৰ উদ্দেশ্যে তিনি যুৱকৰ এই অভিযান।

যোৱা ৩০ ছেপ্টেম্বৰত  তেওঁলোকে মাজুলীৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা। ৮ দিনৰ পাছত কালি মাজনিশা গুৱাহাটীত উপস্থিত হয় তিনিও যুৱক।

আজি উমানন্দ ঘাটত তিনিও যুৱককে শুভেচ্ছা জনায় জ্যেষ্ঠ অধিবক্তা সত্যেন প্ৰসাদ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু আলফাৰ প্ৰাক্তন উপ সভাপতি প্ৰদীপ গগৈয়ে।

সংবাদমাধ্যমৰ আগত দুয়ো যুৱক ক্ৰমে শেখৰ আৰু ৰিছানে তেওঁলোকৰ এই যাত্ৰাৰ অভিজ্ঞতা, উদ্দেশ্য আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে অৱগত কৰে।

শেখৰে কয় ‘দুঃ সাহসিক ক্ৰীড়া ভালপোৱা বাবেই এই কাম কৰিছিলো। দুঃ সাহসিক পৰ্য্যটনৰ প্ৰতি  যাতে জনসাধাৰণৰ আগ্ৰহ বাঢ়ে তথা বিদেশৰ পৰা পৰ্য্যটক দুঃসাহসিক পৰ্য্যটনৰ বাবে অসমলৈ আহে সেই বাবেহে এই ক্ৰীড়া কৰিছিলো। যাত্ৰাৰ সময়ত নদীখনক আমি বুজি উঠিছিলো লাহে লাহে।‘

‘আমাৰ মূল উদ্দেশ্য প্ৰকৃতি সুৰক্ষা হ’ব লাগে। দিহিং পাটকাইত যি কয়লা খনন হোৱাৰ কথা আছে সেয়াই প্ৰকৃতিৰ বহুখিনি ক্ষতি কৰিব। প্ৰকৃতি ধ্বংস কৰাৰ কাৰ্য্যৰ আমি বিৰোধ কৰো।‘ শেখৰে লগতে কয়।

ইপিনে, ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় ‘আমি অন্য যুৱক-যুৱতীসকলক এই দুঃসাহসিক অভিযানৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা কৰিছো। অন্য নদীতো আমি ৰাফটিং কৰিম।‘

ইয়াৰোপৰি, ৰিচানে কয় ‘আমি নদীৰ লগত সৰুৰে পৰা ডাঙৰ হৈছো। গতিকে কেনেধৰণৰ সচেতনতা অৱলম্বন কৰিব লাগে সেয়া জানো। আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈকে নদীত এই দুঃসাহসিক ক্ৰীড়া কৰিছিলো।‘

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd