• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে গঠন কৰা উপদেষ্টা সমিতিয়ে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিলে প্ৰতিবেদন

পৰামৰ্শাৱলী সমূহৰ অধ্যয়ন আৰু ৰূপায়ণৰ বিস্তৃত পৰিকল্পনা যুগুতোৱাৰ বাবে তিনি জনীয়া মন্ত্ৰী গোটৰ সমিতি গঠনৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2020 8:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে আৰোপ কৰা ল’কডাউনৰ ফলত দুৰ্বল হোৱা ৰাজ্যখনৰ অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্যসচিব সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত গঠন কৰি দিয়া উপদেষ্টা সমিতিখনে আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত তেওঁলোকৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে।

এই প্ৰতিবেদন লাভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উপদেষ্টা সমিতিখনে আগবঢ়োৱা পৰামৰ্শাৱলীসমূহৰ বিস্তৃত অধ্যয়ন আৰু ৰূপায়ণৰ বিস্তৃত পৰিকল্পনা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত তিনিজনীয়া মন্ত্ৰী গোটৰ সমিতি এখন গঠনৰ কথা ঘোষণা কৰিছে।

Apply Now

উল্লেখযোগ্য যে কোভিড-১৯ সৃষ্ট লকডাউনৰ ফলত দুৰ্বল হোৱা ৰাজ্যখনৰ অৰ্থনীতি তথা আৰ্থ-সামাজিক দিশ আৰু খণ্ড ভিত্তিক ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত এখন সাতজনীয়া উপদেষ্টা সমিতি গঠন কৰিছিল।

এই সমিতিখনে বৰ্তমানৰ পৰিস্থিতিৰ বিস্তৃত অধ্যয়ন কৰি আজি ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে।

এই সমিতিখনে কোভিড-১৯ৰ ফলত আৰোপ কৰা ল’কডাউনৰ ফলত প্ৰভাৱিত ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ সকলোবোৰ বিষয,  চৰকাৰী বিভাগসমূহৰ পৰামৰ্শাৱলী তথা বিভিন্ন সংস্থা তথা জনসাধাৰণৰ মতামত গ্ৰহণ কৰি দুটা পৰ্যায়ৰ পৰামৰ্শৱালী প্ৰদান কৰিছে।

সেই সমূহ হ’ল ক্ৰমে হ্ৰস্বকালীন, মজলীয়া আৰু দীৰ্ঘকালীন অনুমোদনাৱলী। এই সমিতিখনে কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ড, উদ্যোগ, ব্যৱসায়-বাণিজ্য, পৰিবহণ, পৰ্যটন আৰু আতিথ্য খণ্ড, নিৰ্মাণ খণ্ড, প্ৰব্ৰজিত শ্ৰমিকসহ নিয়োজন ইত্যাদি খণ্ডৰ খণ্ড ভিত্তিক অনুমোদনাৱলী সমূহ সন্নিবিষ্ট কৰিছে। সমিতিখনে ক্ষুদ্ৰ ব্যৱসায়ী, দোকান আৰু অন্যান্য ব্যৱসায় খণ্ড, বাণিজ্য আৰু পৰিবহন খণ্ড, ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী আৰু কলা-কুশলী, চলচ্চিত্ৰৰ লগত জড়িত থকা কলা-কুশলী তথা অন্যান্য কৰ্মচাৰী সকলৰ বাবেও কিছু সংখ্যক পৰামৰ্শ প্ৰদান কৰিছে।

সমিতিখনে উপলব্ধি কৰিছে যে যিহেতুকে পৰ্যায়ক্ৰমে অৰ্থনৈতিক কাম-কাজ সম্পূৰ্ণ ৰূপে কাৰ্যক্ষম কৰি তোলাটো অতিশয় প্ৰয়োজনীয়,সেয়েহে বৰ্তমানে বন্ধ হৈ থকা খণ্ড বিশেষকৈ পৰ্যটন আৰু আতিথ্য খণ্ড, হোটেল, ৰেস্তোৰেন্ট আৰু অন্যান্য সেৱা খণ্ড তথা উদ্যোগ খোলাৰ দিশত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰট’ক’ল, নীতি-নিয়ম আৰু নিদেৰ্শনা ইত্যাদি যুগুতাই উলিওৱাটো প্ৰয়োজনীয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  ৰাজ্যখনৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ দিশত বিভিন্ন দিশ অধ্যয়ন কৰি পৰামৰ্শৱালীসমূহ ক্ষিপ্ৰভাবে প্ৰদান কৰাৰ বাবে সুভাষ চন্দ্ৰ দাস নেতৃত্বাধীন সমিতিখনৰ সকলো সদস্যকে বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত গঠন কৰা সমিতিখনৰ আন সদস্যসকল হ’ল কে এম বুজৰবৰুৱা, এন পি বেজবৰুৱা, জয়দ্বীপ বৰুৱা, অমিয় শৰ্মা, গৌতম গোস্বামী আৰু কৃষ্ণকান্ত বৰা।

মুখ্যমন্ত্ৰী সোণোৱালে লগতে এই সমিতিখনে আগবঢ়োৱা পৰামৰ্শৱালীসমূহৰ অধ্যয়ন তথা ৰূপায়ণৰ এক বিস্তৃত পৰিকল্পনা প্ৰস্তুতৰ বাবে তিনিজনীয়া মন্ত্ৰী গোটৰ সমিতি এখন গঠনৰ কথা ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd