• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্নয়ন! প্ৰতিশ্ৰুতিৰ দহ বছৰ পিছতো বদাহপুৰত নহ’ল ‘আৰক্ষী চকী’

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 22, 2018 7:30 am
IMG_20181118_115701

ফটো : নৰ্থ-ইষ্ট নাও

240
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ পৰা জিলাৰ বদাহপুৰ গাঁও পঞ্চায়তৰ অসম-মেঘালয় সীমান্তত বসবাস কৰা গাৰো-ৰাভা ৰাইজৰ নিৰাপত্তাৰ বাবে এখন অাৰক্ষী চকী স্থাপনৰ প্ৰতিশ্ৰুতি দিয়াৰ প্ৰায় দহ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈ বদাহপুৰত স্থাপন নহল আৰক্ষী চকী।

উল্লেখযোগ্য যে বিগত ২০১১ চনত একে নিশাই গাৰো উগ্ৰপন্থীৰ দলে উক্ত অঞ্চলৰ সাতজনকৈ লোকক একে সময়তে গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পিছতে অঞ্চলটোলৈ বহু বিয়াগোম বিয়াগোম মন্ত্ৰী পৰিদৰ্শনৰ বাবে আহি এসপ্তাহৰ ভিতৰতে আৰক্ষী চকী সংস্থাপনৰ লগতে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

নানা প্ৰতিশ্ৰুতিৰ পিছতো কিন্তু আজিলৈ সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল এই বদাহপুৰত কোনো উন্নয়ন নহ’ল।  বদাহপুৰ গেণ্ডামাৰীত ৰাইজৰ নিৰাপত্তাৰ বাবে আৰক্ষী চকী দাবী কৰিছিল, কিন্তু চৰকাৰ প্ৰশাসনে একো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল।

বাট-পথ, খোৱা পানী, শিক্ষা, স্বাস্থ্য সকলোতে পিছ পৰা এই অঞ্চলৰ লোক সকলে আদিম মানৱৰ দৰে জীৱন অতিবাহিত কৰিব লগা হৈছে।

গতিকে বদাহপুৰ বাসীয়ে আৰু নতুকৈ প্ৰতিশ্ৰুতিৰ বোজা বহন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত এসেকা দিব মিছলীয়া ৰাজনৈতিক দলৰ প্ৰাৰ্থীক আৰু নিৰ্বাচিত কৰিব ৰাইজৰ কাম কৰিব পৰা লোকক ৷

ইফালে শেহতীয়াকৈ গোৱালপাৰাৰ বদাহপুৰ গাঁও পঞ্চায়তত কংগ্ৰেছ দলৰ খহনীয়া আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত প্ৰবীন কংগ্ৰেছী দেৱ নাথ ৰাভাৰ দল ত্যাগে স্বাভাৱিকতে দলটোক যথেষ্ট ক্ষতিসাধন কৰিব।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd