DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুদীৰ্ঘ ২৭বছৰীয়া সম্পৰ্কৰ পাছত পত্নী মেলিণ্ডাৰ সৈতে বিচ্ছেদ বিল গেটছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2021 8:04 am
Bill and Melinda

পত্নী মেলিণ্ডাৰ সৈতে বিল গেটছ। ফাইল ফটো।

518
VIEWS
Share on FacebookShare on Twitter

মাইক্ৰ’ছফট কৰ্পোৰেশ্যনৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ আৰু পত্নী মেলিণ্ডা গেটছৰ সংসাৰ ভাগিল। সুদীৰ্ঘ ২৭ বছৰ কাল একেলগে থকাৰ পাছত বিচ্ছেদৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে বিশ্বৰ বহুচৰ্চিত এই দম্পতিয়ে।

সোমবাৰে নিশা দুয়োজনে নিজৰ নিজৰ টুইটাৰ পেজত দিয়া সুকীয়া প’ষ্টত এইকথা নিশ্চিত কৰে।

তেওঁলোকে টুইটাৰত কয় যে তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত চিন্তাভাৱনা তথা নিৰীক্ষণৰ পাছত তেওঁলোকে নিজৰ সংসাৰ ইমানতে সামৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দম্পতি হিচাপে তেওঁলোকে থাকিব পাৰিব বুলি তেওঁলোকৰ মনে আৰু নাভাৱে।

বিবিচিৰ এক বাতৰিত ইতিমধ্যে এই কথা স্পষ্ট কৰি কোৱা হৈছে যে বিল গেটছ আৰু মেলিণ্ডা গেটছ দুয়োজনেই টুইটাৰত বিচ্ছেদৰ ঘোষণা কৰি কৈছে,’’দম্পতি হিচাপে একেলগে থাকিব পাৰি বুলি আমি আৰু বিশ্বাস কৰা নাই।‘’

১৯৮০চনৰ শেষৰ পিনে মেলিণ্ডাই মাইক্ৰ’ছফটত যোগদান কৰাৰ পাছত বিল গেটছৰ সৈতে চিনাকি হয়। তাৰপাছত ঘনিষ্ঠতা আৰু ১৯৯৪ চনত দুয়ো বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিটা সন্তানো আছে। বৰ্তমান বিল গেটছৰ বয়স ৬৫বছৰ আৰু মেলিণ্ডাৰ বয়স ৫৬বছৰ।

বিল আৰু মেলিণ্ডাই একেলগে ‘বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন’ নামৰ দাতব্য সংস্থাটো গঢ়ি তুলিছে। এই ফাউণ্ডেশ্যনে বিশ্বৰ বিভিন্ন দেশত কাম কৰি আছে।

Recent News

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd