• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2026 3:46 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীঘলীয়া ৩৫ বছৰৰ সুদীৰ্ঘ অপেক্ষাৰ অন্তত অৱশেষত অন্ত পৰিল ১৯৯১ চনৰ ভয়ংকৰ জম্মু ৰেলৱে ষ্টেচন বোমা বিস্ফোৰণ গোচৰৰ। ১৯৯১ চনৰ সেই মর্মান্তিক আক্ৰমণত ৩ গৰাকী লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ১৮ জন লোক আহত হৈছিল। এই কাণ্ডৰ শেষৰজন পলাতক অভিযুক্ত আলতাফ হুছেইন শ্বেখক অৱশেষত ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আলতাফ অনন্তনাগৰ মাৰহামা বিজবেহাৰাৰ বাসিন্দা আৰু নাজিৰ আহমেদ শ্বেখৰ পুত্ৰ। দক্ষিণ কাশ্মীৰত নিজৰ আচল পৰিচয় লুকুৱাই এজন ব্যৱসায়ীৰ ছদ্মৱেশত ইমান দিনে বসবাস কৰি আছিল সি। চলিত সপ্তাহৰ আৰম্ভণিতে অনন্তনাগৰ পৰা তাকে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হয় আৰু তাৰ বিৰুদ্ধে টাডা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

 

Apply Now

ঘটনাটো ঘটিছিল ১৯৯১ চনৰ ২ এপ্ৰিলত। সেইদিনা জম্মু ৰেলৱে ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মত আলতাফ শ্বেখ আৰু তেওঁৰ সহযোগীসকলে এক শক্তিশালী বিস্ফোৰণ ঘটাইছিল। এই ভয়ংকৰ বিস্ফোৰণত অৰ্ধসামৰিক বাহিনীৰ দুজন জোৱান আৰু এজন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল। প্ৰাথমিক তদন্তত আমান উল্লাহ খান নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা গৈছিল যদিও আলতাফৰ লগতে বাকী তিনিজন লোকে আত্মগোপন কৰিছিল। পৰৱৰ্তী সময়ত বিশেষ আদালতে তেওঁলোকক পলাতক অপৰাধী বুলি ঘোষণা কৰে। কিন্তু আৰক্ষীয়ে হাৰ মনা নাছিল আৰু দুবছৰ পূৰ্বে গভৰ্নমেণ্ট ৰেলৱে পুলিচে তেওঁক বিচাৰি উলিয়াবলৈ পুনৰ বিশেষ অভিযান আৰম্ভ কৰে। কঠোৰ তল্লাচী আৰু পৰিচয় তথা বাসস্থানৰ তথ্যৰ সূক্ষ্ম অনুসন্ধানৰ পিছত অৱশেষত বিজবেহাৰাত তাৰ সন্ধান পোৱা যায়। এই গ্ৰেপ্তাৰৰ মাধ্যমেৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ অন্যতম পুৰণি এক সন্ত্ৰাসবাদী গোচৰৰ ইতি পৰিল।

 জিআৰপিৰ এজন শীৰ্ষ বিষয়াৰ মতে, এই গ্ৰেপ্তাৰে এইটোকে পুনৰ প্ৰমাণ কৰিলে যে ন্যায় পাবলৈ পলম হ’ব পাৰে, কিন্তু ন্যায়ক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি। আইনৰ দীঘল হাতৰ পৰা অপৰাধী কেতিয়াও সাৰি যাব নোৱাৰে। উল্লেখযোগ্য যে বৰ্তমান চৰকাৰে পুৰণি বহুকেইটা ডাঙৰ সন্ত্ৰাসবাদী গোচৰ পুনৰ তদন্ত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। যাৰ ভিতৰত আছে ১৯৯০ চনত কাশ্মীৰী পণ্ডিত তথা কবি-গৱেষক সৰ্বানন্দ কৌল প্ৰেমী আৰু তেওঁৰ পুত্ৰ বীৰেন্দ্ৰ কৌলক অপহৰণ, চৰম নিৰ্যাতন আৰু মৰ্মান্তিকভাৱে হত্যা কৰাৰ ঘটনা। একাধাৰে কবি, সাংবাদিক, স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক সৰ্বানন্দ কৌলৰ হত্যাকাৰীক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইয়াৰ উপৰিও এই তালিকাত আছে ১৯৯০ চনত শ্ৰীনগৰ চহৰত নাৰ্ছ সৰলা ভাটক অপহৰণ, ধৰ্ষণ আৰু হত্যা কৰাৰ দৰে অত্যন্ত সংবেদনশীল গোচৰো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd