DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Grenades Recovered আসাম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ পাছতে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত উদ্ধাৰ M79 গ্ৰেনেড

এন ই নাও নিউজ, ইম্ফল by এন ই নাও নিউজ, ইম্ফল
November 15, 2021 9:04 am
WhatsApp Image 2021-11-15 at 8.22.54 AM
3.1k
VIEWS
Share on FacebookShare on Twitter

Grenades Recovered এগৰাকী কমাণ্ডিং অ’ফিচাৰ, তেওঁৰ পত্নী আৰু পুত্ৰকে ধৰি ৭জনৰ মৃত্যু ঘটা আসাম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ ঘটনাৰ এদিন পাছতে আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ দলে মণিপুৰত মুঠ ২০ ৰাউণ্ড M79 গ্ৰেনেড উদ্ধাৰ কৰে।

আসাম ৰাইফলছৰ ফুনড্ৰেই বেটেলিয়ান আৰু মণিপুৰ আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত উদ্ধাৰ হয় এই গ্ৰেনেড।

যৌথ বাহিনীটোৱে ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৰ কাকচিং জিলাত এটা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ সময়ত এই গ্ৰেনেডসমূহ উদ্ধাৰ কৰে।

স্থানীয়ভাৱে ‘লাথডে বোম’ হিচাপে পৰিচিত গ্ৰেনেডসমূহ কাকচিং জিলাৰ হিয়াংলম আৰক্ষী থানাৰ অন্তৰ্গত য়াংবি প্ৰাথমিক বিদ্যালয়ৰ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

গ্ৰেনেডকেইটা এটা মৰাপাটৰ বস্তাত লুকাই ৰখা আছিল।

Also Read: T20 World Cup অষ্ট্ৰেলিয়াৰ বিশ্বজয়; ক্ৰিকেট অনুৰাগীৰ অন্তৰ জয় কৰিলে নিউজিলেণ্ডে

বাতৰি অনুসৰি, গ্ৰেনেডকেইটা শনিবাৰে সন্ধিয়া ৬বজাত উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ উদ্ধৃতিৰে বাতৰি কোৱা হৈছে যে গ্ৰেনেডসমূহ মণিপুৰ আৰক্ষীৰ বোমা নিষ্ক্ৰিয়কাৰী বাহিনীৰ এটা দলে সুৰক্ষিতভাৱে নিষ্ক্ৰিয় কৰে।

বোমা নিষ্ক্ৰিয়কাৰী বাহিনীৰ দলে গ্ৰেনেডসমূহ দেওবাৰে পুৱা প্ৰায় ৮বজাত ৱাবাগাইৰ ম’হৰ পামত নিষ্ক্ৰিয় কৰে।

উল্লেখ্য যে শুকুৰবাৰে মণিপুৰৰ চুড়াচান্দপুৰ জিলাত উগ্ৰপন্থীয়ে আসাম ৰাইপলছৰ কনভয়ত চলোৱা এম্বুছত পত্নী আৰু পুত্ৰৰ সৈতে এগৰাকী কমাণ্ডিং অ’ফিচাৰ আৰু তিনিগৰাকী জোৱান নিহত হৈছিল। 

Recent News

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 02 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd