• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এম’নিয়াম নাইট্ৰেট! বেইৰুটৰ দৰে চেন্নাইত জমা হৈ থকা বিশাল পৰিমাণৰ এই পদাৰ্থ কিমান ভয়াৱহ?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2020 2:19 pm
WhatsApp Image 2020-08-07 at 12.11.00 PM
290
VIEWS
Share on FacebookShare on Twitter

বিগত প্ৰায় ছয়বছৰ ধৰি জমা হৈ থকা এম’নিয়াম নাইট্ৰেটত অগ্নিসংযোগ ঘটি হোৱা বিস্ফোৰণৰ ফলত লেবাননৰ ৰাজধানী বেইৰুট প্ৰায় বিধ্বস্ত হৈ পৰে।

উক্ত বিস্ফোৰণত শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

চেন্নাইত একেই ধৰণে বিশাল পৰিমানৰ এম’নিয়াম নাইট্ৰেট জমা হৈ থকাৰ কথা এইবাৰ পোহৰলৈ আহিছে।

বাতৰি অনুসৰি, চেন্নাইৰ এটা কনটেনাৰ ষ্টেশ্যনত ৭০০টন কেমিকেল জমা থকা বুলি কোৱা হৈছে।

অৱশ্যে, শুল্ক বিভাগে সেয়া নিৰাপদে থকা বুলি তথা চিন্তাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিছে।

২০১৫চনৰ পৰা এই পদাৰ্থখিনি জমা হৈ পৰি আছে। তামিলনাডুৰ এক আমদানিকাৰীৰ পৰা মুঠ ১.৮০ কোটি টকাৰ ৰাসায়নিক পদাৰ্থখিনি উদ্ধাৰ কৰাৰ পাছত বাজেয়াপ্ত কৰা হৈছিল।

এই পদাৰ্থখিনি সাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ক্ৰয় কৰা বুলি দাবী কৰা হৈছিল যদিও এয়া দাহ্য পদাৰ্থ আছিল।

দক্ষিণ কোৰিয়াৰ পৰা আমদানি কৰা এই ৰাসায়নিক পদাৰ্থখিনি নীলাম কৰা হ’ব বুলি শুল্ক বিভাগে জানিবলৈ দিছে।

বাতৰি অনুসৰি, ৩৭টা কনটেইনাৰত মুঠ ৭৪০টন এম’নিয়াম নাইট্ৰেট উদ্ধাৰ হৈছিল। ইয়াৰ ভিতৰত বানত ৭টন পদাৰ্থ নষ্ট হৈছে। বাকীখিনি এতিয়াও পৰি আছে বুলি শুল্ক বিভাগে জনায়।

ইপিনে, ইমান বিশাল মাত্ৰাত এম’নিয়াম নাইট্ৰেটৰ পৰা যিকোনো মুহূৰ্তত বেইৰুটৰ দৰে বিস্ফোৰণৰ আশংকা ব্যক্ত কৰিছে পিএমকে দলৰ নেতা এছ ৰামদাসে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd