• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন্দিৰৰ ভোজ খাই ১০৭ জন অসুস্থ, খাদ্য বিষক্ৰিয়াৰ বাবে সংকটজনক অৱস্থাত ৭ জনক চিকিৎসালয়ত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2025 9:30 pm
145
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুৰ এটা মন্দিৰত প্ৰসাদ খাই অসুস্থ হৈ পৰিছে অসংখ্য ভক্ত। খাদ্য বিষক্ৰিয়াৰ বাবে কমেও ১০৭ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যৰ বিৰুধনগৰ জিলাৰ এই ঘটনাই এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি কলমদৈ গাঁৱৰ কৰুপ্ন্নাসামী মন্দিৰত গাঁওবাসীৰ ভক্তৰ বাবে ৰাজহুৱা ভোজৰ আয়োজন কৰা হয়। যিটো ৬ জুনৰ পৰা আৰম্ভ হোৱা ‘কুম্ভাভিষেকম’ উৎসৱৰ অংশ আছিল।স্থানীয় লোকে জনোৱা মতে, ভক্তসকলে খাদ্য খোৱাৰ পিছত এজন এজনকৈ অসুস্থ হ’বলৈ আৰম্ভ কৰে। সকলোৰে পেটৰ বিষ আৰু বমি হ’বলৈ আৰম্ভ কৰে। কেইবাজনো লোকে চেতনা হেৰুৱাই পেলালে। প্ৰথম অৱস্থাত ৰোগীসকলক স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। পিছত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

১০৭ জন ৰোগীৰ ভিতৰত ৫৫ জন মহিলা আৰু ১১ জন শিশু। চিকিৎসক ডাঃ সৰৱনামে কয় যে ৰোগীসকলৰ ভিতৰত ৭ জনৰ অৱস্থা সংকটজনক আৰু জৰুৰীকালীন বিভাগত চিকিৎসাধীন হৈ আছে। অৱশ্যে সকলোৰে অৱস্থা সুস্থিৰ বুলি দাবী কৰে। বিশেষজ্ঞসকলে কয় যে হয় খাদ্য বা পানীৰ বিষক্ৰিয়া সংঘটিত হৈছিল। মন্দিৰৰ পানী আৰু খাদ্য পৰীক্ষা কৰা হৈছে। ৰিপৰ্ট অহাৰ পিছতহে জানিব পৰা যাব বিষক্ৰিয়াৰ প্ৰকৃত কাৰণ।

Recent News

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd