• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পদত্যাগৰ পিছত আজি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক সাক্ষাৎ কৰিব এছ পি আনন্দ মিশ্ৰই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2023 11:00 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ পদত্যাগ পত্ৰ দাখিল কৰা ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া আনন্দ মিশ্ৰই বৃহস্পতিবাৰে মাজুলীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতক সাক্ষাৎ কৰিব পাৰে।

অসমৰ অন্যতম জনপ্ৰিয় আৰক্ষী বিষয়া হিচাপে ছচিয়েল মিডিয়াত চৰ্চিত লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই মঙলবাৰে ভাৰতীয় আৰক্ষী সেৱাৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰে।

অসম-মেঘালয় কেডাৰ (২০১১ বৰ্ষ)ৰ বিষয়াগৰাকীয়ে ২০২৪ চনৰ ১৬ জানুৱাৰীত কাৰ্যকৰী হোৱাকৈ আই পি এছৰ পৰা বিনাচৰ্তে পদত্যাগ পত্ৰ দাখিল কৰিছে।

Apply Now

লগতে পঢ়কঃ ভয়ংকৰ পথ দুৰ্ঘটনা! ড্ৰাম্পাৰৰ সৈতে বাছৰ সংঘৰ্ষত জ্বলি উঠিল বাছ; ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৩ জন যাত্ৰীৰ

মুখ্য সচিবলৈ প্ৰেৰণ কৰা এখন পত্ৰত এছ পি মিশ্ৰই আই পি এছৰ কাৰ্যভাৰৰ পৰিসৰৰ বাহিৰত স্বতন্ত্ৰ আৰু স্বাধীনতাৰ প্ৰতি উৎসৰ্গিত জীৱনত নামি বিভিন্ন “সামাজিক সেৱা আৰু উদ্যোগ” চলাই  যোৱাৰ বাবে আই পি এছৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত প্ৰকাশ কৰে।

যদিও তেওঁ নিজৰ পদত্যাগৰ দাবীৰ বিষয়ে একান্ত বিশেষ একো প্ৰকাশ কৰা নাছিল, তথাপিও খবৰ ওলাইছিল যে আৰক্ষী বিষয়াজনে হয়তো অতি সোনকালে ৰাজনীতিত প্ৰৱেশ কৰিব।

বুধবাৰে দুদিনীয়া মাজুলী ভ্ৰমণলৈ অহা মোহন ভাগৱতক মিশ্ৰই “আশীৰ্বাদ বিচাৰি” সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ‘MPhil স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী নহয়’, বহু বিশ্ববিদ্যালয়ত কোৰ্চ অফাৰৰ মাজতে স্পষ্ট কৰি দিলে UGCয়ে

বাতৰি অনুসৰি, আনন্দ মিশ্ৰই পদত্যাগৰ অনুমোদন পোৱাৰ পিছতে হয়তো বিজেপিত যোগদান কৰি বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।

ইয়াৰ পূৰ্বে ৰাজ্যপালৰ জাননী অনুসৰি আৰক্ষী অধীক্ষক এ পি এছ ৰনদীপ কুমাৰ বৰুৱা (ডি আৰ-১৯৯৩)ৰ সৈতে আনন্দ মিশ্ৰ (আৰ আৰ-২০১১)ক মণিপুৰৰ কাণ্ডৰ তদন্তৰ বাবে মণিপুৰ চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ দায়িত্ব ল’বলৈ নিযুক্তি দিয়া হৈছিল।

লগতে পঢ়কঃধোনীয়ে সপোনতো ভাৱিব নোৱাৰা সেই অভিলেখ গঢ়ি দেখুৱালে ৰাহুলে! মুগ্ধ অনুৰাগী

বন্ধুত্বপূৰ্ণ আৰক্ষী সেৱা আৰু ড্ৰাগছ সম্পৰ্কীয় সমস্যা, গৰু সৰবৰাহ, ডকাইতি আদিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পদ্ধতিৰ বাবে আনন্দ মিশ্ৰ পৰিচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

October 8, 2026 1:29 pm
কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

October 8, 2026 1:29 pm
কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd