DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অনুমতি ইটালীত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2020 2:42 pm
3.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰা ইটালীত ৩ জুনৰ পৰা বিদেশী নাগৰিকক দেশখনলৈ অহা আৰু দেশৰ নাগৰিকক বিদেশলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে।

৩ জুনৰ দিনাখন ইটালী চৰকাৰে দেশখনৰ ভিতৰত বিনামূলীয়াকৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে।

ইটালীত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৩১,০০০ অধিক লোকৰ মৃত্যু হৈছিল।

সমগ্ৰ বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু য়ুনাইটেড কিংদমৰ পাছতে ইটালীত সৰ্বাধিক লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

বিগত মাহত ইটালীত ক’ৰ’নাৰ সংক্ৰমণ সৰ্বাধিক স্তৰলৈ গতি কৰাৰ পাছত বৰ্তমান ক্ৰমান্বয়ে কিছু হ্ৰাস পাই আহিছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ইটালীৰ পৰ্যটন ক্ষেত্ৰ ব্যাপক লোকচনাৰ সন্মুখিন হ’বলগীয়া হৈছিল।

ইটালীৰ অৰ্থনীতিত পৰ্যটন ক্ষেত্ৰখনে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।

ইটালীৰ উপৰিও স্পেইন, জাৰ্মানী, ফ্ৰান্সো ক’ৰ’নাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

ইটালীত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অনুমতি প্ৰদান কৰিলেও কিমান সংখ্যক বিদেশী লোকে ইটালী ভ্ৰমণ কৰে ইটালীৰ কিমান সংখ্যক লোক বিদেশলৈ যায় সেয়া লক্ষ্যণীয় হ’ব।

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd