• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পৰ্যটকশূন্য হৈ পৰিছে ভূস্বৰ্গ : কাশ্মীৰৰ পৰিৱৰ্তে ছিকিম আৰু দাৰ্জিলিঙলৈ সোঁত পৰ্যটকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2025 7:56 pm
560
VIEWS
Share on FacebookShare on Twitter

পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত জম্মু-কাশ্মীৰৰ পৰ্যটনত সাংঘাটিক ধৰণে প্ৰভাৱ পৰিছে। হোটেলৰ পৰা আৰম্ভ কৰি বিমানলৈকে সকলোৰে বুকিং বাতিল কৰিছে পৰ্যটকসকলে। মুঠতে যিসময়ত কাশ্মীৰখন পৰ্যটকৰে ভৰি থকাৰ কথা আছিল, সেই সময়ত ই নিৰ্জন হৈ পৰিছে। এই পৰিস্থিতিত আন কেইবাটাও পৰ্যটন কেন্দ্ৰত জনসমাগম বাঢ়িছে। ইয়াৰ ভিতৰত আছে ছিকিম আৰু দাৰ্জিলিং।

এনে পৰিস্থিতিত কাশ্মীৰৰ পৰ্যটন উদ্যোগত খৰাং পৰিস্থিতিৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে মানুহে ফুৰিবলৈ বিকল্প ঠাই বিচাৰিবলৈ আৰম্ভ কৰিছে।

দাৰ্জিলিং, কালিম্পংকে ধৰি উত্তৰ বংগৰ বিভিন্ন পাহাৰীয়া ষ্টেচনত জনসমাগম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যোৱা মঙলবাৰৰ পৰা বৃদ্ধি পাইছে হোটেল আৰু হোমষ্টে বুকিং। ছিকিমৰ কেইবাটাও স্থানত একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

স্বাভাৱিকতে এতিয়া ৰে’লৰ টিকটৰ চাহিদাও অধিক। একাংশ লোকে এই সময়ত অধিক দামতো টিকট ক্ৰয় কৰি আছে। বেছিভাগ মানুহেই গৰমৰ দিনত পাহাৰলৈ যাব বিচাৰে। কিন্তু সন্ত্ৰাসবাদী আক্ৰমণত আতংকিত হৈ পৰিছে সকলো।

গতিকে তেওঁলোকে নিজৰ পছন্দৰ স্থান সলনি কৰিছে। ইফালে উত্তৰ ছিকিমৰ লাচেন-চুংথাঙৰ অনুমতি বন্ধ কৰা হৈছে। বৃহস্পতিবাৰে বিয়লিৰ পৰা উত্তৰ ছিকিমৰ বৃহৎ অঞ্চলত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। শুকুৰবাৰেও ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। শনিবাৰে বিয়লিৰ পূৰ্বে পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। উত্তৰ ছিকিমৰ ৰাজপথত আবদ্ধ হৈ আছে প্ৰায় ২০০ খন গাড়ী। আৱদ্ধ হৈ আছে প্ৰায় এক হাজাৰ পৰ্যটক। গতিকে, পৰ্যটক সকল বিমোৰত পৰিছে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd