• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যৌন কেলেংকাৰি : বিপদত পৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই

মিণ্টু দাস by মিণ্টু দাস
November 20, 2018 9:32 pm
Rajen-Gohain-768x489

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আকৌ এবাৰ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰী প্ৰসংগই নগাঁৱৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য,কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰক কেন্দ্ৰ কৰি নগাঁও জিলাত প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে আজি নগাঁও আদালতত ৰাজেন গোহাঁইৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰি আদালতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

নগাঁৱৰ দেউৰীগাঁৱৰ এগৰাকী নৱবিবাহিতাই যোৱা ২ আগষ্টত যৌন কেলেংকাৰী সন্দৰ্ভত দিয়া এজাহাৰৰ ভিত্তিত সদৰ থানাত ২৫৯২/১৮ নম্বৰত গোচৰ ৰুজু হৈছিল। পৰৱৰ্তী সময়ত গোচৰ প্ৰত্যাহাৰৰ বাবে মহিলাগৰাকীয়ে দিয়া মীমাংসা পত্ৰৰ ভিত্তিত আৰক্ষীয়ে চূড়ান্ত প্ৰতিবেদন আদালতত দাখিল কৰিছিল যদিও আদালতে আজি আৰক্ষীয়ে প্ৰদান কৰা চূড়ান্ত প্ৰতিবেদন নাকচ কৰে। অহা ৮ জানুৱাৰীৰ পৰা নগাঁও জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চলিব গোচৰ।

Apply Now

উল্লেখ্য যে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোঁহাইৰ বিৰুদ্ধে নগাঁও সদৰ থানাত যোৱা ২ আগষ্টত ভাৰতীয় দণ্ডবিধিৰ ৪১৭/৩৭৬/৫০৬  ধাৰাত এক গোচৰ  ৰুজু হৈছিল। এগৰাকী মহিলাই যৌন নিৰ্যাতন চলোৱা বুলি দিয়া এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীয়ে লোৱা ভূমিকাই সন্দেহৰ সৃষ্টি কৰিছিল বুলি বিভিন্ন দল-সংগঠনে নগাঁৱৰ উপায়ুক্তৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিলৈয়ো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।

বলাৎকাৰৰ দৰে গুৰুতৰ অভিযোগ উঠা ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইক আৰক্ষীয়ে সোধা পোচা কৰাতো দূৰৰে কথা ওলোটাই অভিযোগকাৰীয়ে গোচৰ প্ৰত্যাহাৰ কৰা প্ৰসংগতহে আৰক্ষী ব্যস্ত হোৱা পৰিলক্ষিত হৈছিল বুলিও স্মাৰক পত্ৰত উল্লেখ কৰিছিল।

উক্ত গোচৰটোৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত মন্ত্ৰী গোঁহায়ে ধনবল, বাহুবল আদিৰ সহায়ত অভিযোগকাৰীক ভয়-ভীতি প্ৰদৰ্শন কৰি গোচৰটো গাপ দিয়াৰ সম্পূৰ্ণ পৰিবেশ ৰচনা কৰাৰ সুযোগ পালে বুলিও চৰ্চা লাভ কৰিছিল। কিয়নো ২ আগষ্টত ৰুজু হোৱা গোচৰটো অভিযোগকাৰীয়ে ৬ আগষ্টতহে প্ৰত্যাহাৰৰ বাবে আবেদন জনাইছিল। ইয়াৰ বাবেই আদালতে আজি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অনুমান কৰা হৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd