• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত পুনৰ সাংবাদিক হত্যাৰ ঘটনা; তিনিচুকীয়াৰ ৱেব পৰ্টেলৰ কাৰ্য্যালয়ত উদ্ধাৰ মৃতদেহ

‘ৰাজ্যত দিনকদিনে বৃদ্ধি পাই অহা সাংবাদিক নিৰ্যাতন আৰু হত্যাকাণ্ডই এক অশুভ সংকেত কঢ়িয়াই আনিছে’ আপকু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2020 3:42 pm
Bijen Dwip Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত পুনৰ সাংবাদিক হত্যাৰ ঘটনা সংঘটিত হৈছে।

তিনিচুকীয়া জিলাৰ ন-পুখুৰী জ্যোতিনগৰস্থিত কাৰ্যালয়ত সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সাংবাদিকজন বিজেন দ্বীপ বুলি চিনাক্ত কৰা হৈছে।

Apply Now

‘দিন প্ৰতিদিন নৰ্থ- ইষ্ট’ নামৰ নিউজ প’ৰ্টেলটোৰ কাৰ্যালয়টোতে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে বিজেনৰ মৃতদেহ।

মৃতদেহটোৰ দেহৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে। বিশেষকৈ মুখ মণ্ডলত গুৰুতৰ আঘাতৰ চিন স্পষ্ট।

‘‘দিন প্ৰতিদিন নৰ্থ- ইষ্ট’ প’ৰ্টেলটোৰ লগতে নিউজ টাইম, আসামৰ তিনিচুকীয়াৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল বিজেন দ্বীপ।

ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ইতমিধ্যে তদন্ত আৰম্ভ কৰিছে।

ইপিনে, এই ঘটনাৰ পাছতে শোকত মৰ্মাহত হৈ পৰিছে আসাম প্ৰেছ ক’ৰেছপ’ণ্ডেণ্টছ ইউনিয়ন, (আপকু)ৰ তিনিচুকীয়া জিলা সমিতিৰ সকলো সদস্য।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত সাংবাদিক সংগঠনটোৰ নেতৃত্বই লিখি কয় ‘ৰাজ্যখনত দিনকদিনে বৃদ্ধি পাই অহা সাংবাদিক নিৰ্যাতন আৰু হত্যাকাণ্ডই এক অশুভ সংকেত কঢ়িয়াই আনিছে। বিজেন দ্বীপৰ নৃশংস হত্যাকাণ্ডই হওক শেষৰটো সাংবাদিক হত্যাৰ ঘটনা।‘

সংগঠনটোৰ দাবী- সংশ্লিষ্ট কৰ্তৃপক্ষই সাংবাদিক হত্যাৰ দৰে ঘৃণনীয়, বৰ্বৰোচিত তথা বেদনাদায়ক ঘটনাটোৰ ক্ষীপ্ৰ তদন্ত চলাই ঘটনাৰে জড়িত পক্ষটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি নিদৰ্শনমূলক শাস্তি বিহাৰ ব্যৱস্থা কৰক।‘

সংগঠনটোৱে লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈকো অসম চৰকাৰৰ প্ৰতি আহ্বান জনায়।

লগতে  অসমত কাঠফুলাৰ দৰে বৃদ্ধি পাবলৈ ধৰা নীতি বহিৰ্ভূত নিউজ প’ৰ্টেলসমূহৰ ওপৰত নাকী লগাবলৈকো অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে সাংবাদিক সংগঠনটোৱে।

‘সম্প্ৰতি অসমত প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীসমূহৰ প্ৰতিনিধিতকৈও এখোপ ওপৰত থাকি অখ্যাত আৰু পঞ্জীয়নবিহীন প’ৰ্টেলৰ সাংবাদিক নামধাৰী একাংশই হকে- বিহকে সংবাদৰ নামত বিষবাস্প বিয়পাই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে বৃত্তিটোকেই কলুষিত কৰি পেলোৱা দেখা গৈছে। এই ক্ষেত্ৰত সুনিৰ্দিষ্ট নীতি নিৰ্ধাৰণ কৰি ভুৱা সাংবাদিকৰ অতপালি ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে।‘ বিজ্ঞপ্তিত উল্লেখ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd