DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Agnipath scheme row: ‘অগ্নিপথ’-য়ে জ্বলাইছে দেশ! ৰাজ্যই ৰাজ্যই ৰে’লত জুই প্ৰতিবাদকাৰীৰ; কেইবাখনো ৰে’লৰ সেৱা বাতিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2022 12:29 pm
174
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে ‘অগ্নিপথ’ৰ বিৰূপ প্ৰভাৱ পৰিছে। বিহাৰৰ সমষ্টিপুৰৰ পিছত প্ৰতিবাদকাৰীসকলে উত্তৰ প্ৰদেশৰ বালিয়া ষ্টেচন আৰু তেলেংগানাৰ ছেকেন্দ্ৰাবাদ ষ্টেচনত ৰে’ল জ্বলাই দিয়ে। ৰে’ল ষ্টেচন, ৰে’লৰ খিৰিকী ভাঙি পেলোৱা হৈছে। আৰক্ষীয়েও লাঠীচালনা কৰে। আৰক্ষী আৰু ৰে’লৰক্ষীয়ে পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে। জ্বলি উঠা দবাবোৰ আঁতৰাই নিয়া হৈছে।

প্ৰতিবাদকাৰীসকলে কেৱল ৰে’ল ষ্টেচন আক্ৰমণ কৰা বা পথ অৱৰোধ কৰাই নহয়, বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ ঘৰত আক্ৰমণ কৰাৰো অভিযোগ উঠিছে। বিহাৰৰ বেতিয়াত উপ মুখ্যমন্ত্ৰী ৰেণু দেৱীৰ ঘৰত আক্ৰমণ কৰাৰ অভিযোগ কৰা হৈছে।

লগতে পঢ়ক: Abhijeet Asom in UK court: ”আলফা(স্বা:)ৰ অধ্যক্ষ” মুকুল হাজৰিকাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা নহয়; আইনী যুঁজত জয়ী ব্ৰিটেইনৰ আদালতত

অগ্নিপথৰ প্ৰতিবাদৰ বাবে ৰে’ল চলাচল ব্যাহত হৈ পৰিছে। হাওৰা-শিয়ালদাহৰ পৰা যাত্ৰা কৰা আঠখন ৰে’ল ৰাস্তাৰ মাজত আবদ্ধ হৈ আছে। পূৰ্বা, দুন, শিয়ালদাহ-নতুন দিল্লী দূৰন্ত এক্সপ্ৰেছ, হাওৰা-মুম্বাই চিএছটিএম, হাওৰা-অমৃতসৰ মেইল বিভিন্ন স্থানত আৱদ্ধ হৈ আছে।

তদুপৰি হাওৰা-ধানবাদ ব্লেক ডায়মণ্ড এক্সপ্ৰেছ, আছানচোল-টাটা এক্সপ্ৰেছ, জয়নগৰ-হাওৰা এক্সপ্ৰেছ, মালদা টাউন-কিউল এক্সপ্ৰেছৰ সময়সূচীও সলনি কৰা হ’ব পাৰে। মালদা টাউন-লোকমান্য এক্সপ্ৰেছ, হাওৰা-নতুন দিল্লী দূৰন্ত এক্সপ্ৰেছ বাতিল কৰা হৈছে।

বিহাৰত ‘অগ্নিপথ’ৰ বিৰুদ্ধে প্ৰতিবাদ।

ইপিনে, প্ৰতিবাদৰ চাপত কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিৰ নিয়মবোৰ শিথিল কৰিছে। মোডী চৰকাৰে প্ৰস্তাৱিত আঁচনিখনত নিযুক্তিৰ বাবে উৰ্ধতম বয়সৰ সীমা একৈশৰ পৰা ২৩ লৈ বৃদ্ধি কৰিছে।

অৱশ্যে প্ৰতিবাদ এতিয়াও বন্ধ হোৱা নাই। প্ৰকৃত চাকৰি বিচৰা সকলে এই  প্ৰতিবাদ কৰিছে  নে ৰাজনৈতিক দলবোৰে বাহিৰৰ পৰা মানুহ আনি চাকৰি বিচৰা প্ৰাৰ্থীসকলক ঢাল হিচাপেলৈ অস্থিৰতা বিয়পাইছে তাকলৈ প্ৰশ্ন তুলিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে।

Recent News

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd