• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছুটীত থকা ‘অগ্নিবীৰ’ হৈ পৰিল কুখ্যাত ডকাইতি দলৰ নেতা, গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2024 10:14 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেনাৰ অস্থায়ী সেৱাৰ পৰা ছুটী লৈ আহি আৰু কামলৈ উভতি নাহিল। অপৰাধৰ অন্ধকাৰ জগতখনত ভৰি দিয়ে অগ্নিবীৰ ইছমীত সিঙে। ঘাইপথত ডকাইতি দলৰ নেতা হৈ পৰিল! প্ৰথমতে সকলো ঠিকেই চলি আছিল। মূৰত বন্দুক ৰাখি ইখনৰ পিছত সিখন গাড়ীত ডকাইতি কৰিলে। তাৰ পিছত ভুৱা নম্বৰ প্লেট লগাই সেই গাড়ীখন ব্যৱহাৰ কৰি বিক্ৰী কৰিলে। কিন্তু শেষ ৰক্ষা নহ’ল।

মোহালী আৰক্ষীৰ জালত ধৰা পৰিল ইছমীত। ভাতৃ প্ৰভদীপ আৰু বন্ধু বলকৰণ সিঙকো গ্ৰেপ্তাৰ কৰা হয়। ধৃতসকলৰ পৰা এখন টেক্সি, বুলেট মটৰবাইক, স্কুটাৰ আৰু কাৰ্টিজসহ দেশীয় পিষ্টল উদ্ধাৰ কৰা হৈছে। ঘটনাৰ তদন্ত চলি আছে।

লগতে পঢ়কঃ অসমত ছমাহৰ বাবে নিষিদ্ধ তৈল আৰু গেছ খণ্ডৰ কৰ্মচাৰীৰ ধৰ্মঘট

Apply Now

ইছমীত ঠিক কেনেকৈ অগ্নিবীৰৰ পৰা কুখ্যাত ডকাইত হৈ পৰিল? মোহালীৰ এছ এছ পি সন্দীপ গাৰ্গৰ ভাষাত, ‘২০২২ চনৰ নৱেম্বৰ মাহত ইছমীতক অগ্নিবীৰ হিচাপে নিযুক্তি দিয়া হৈছিল। পোষ্টিং আছিল পশ্চিম বংগত। দুমাহ পূৰ্বে ছুটী লৈছিল ইছমীতে। তাৰ পিছত তেওঁ কামলৈ ঘূৰি নগ’ল।

বালাংগীত ভাড়াঘৰ লৈ ভাতৃ আৰু বন্ধুৰ সৈতে ইছমীতে ঘাইপথত ডকাইতি কৰিবলৈ আৰম্ভ কৰে। প্ৰাথমিক তদন্তত ইছমীত আৰু তেওঁৰ সঙ্গীসকল যোৱা দুমাহ ধৰি পঞ্জাৱৰ বালাংগীত ভাড়াঘৰত বাস কৰি থকা বুলি জানিব পৰা গৈছে। এছ এছ পিয়ে কয় যে ইছমীতক অগ্নিবীৰ হিচাপে নিযুক্তিকে ধৰি কেইবাটাও বিষয় চালিজাৰি চাই থকা হৈছে।

আৰক্ষীৰ জেৰাত ইছমীতে কয় যে এই কামৰ বাবে তেওঁ কানপুৰৰ পৰা অবৈধ অস্ত্ৰ কিনিছিল। জানিব পৰা মতে, এপৰ সহায়ত গেং মেম্বাৰসকলে টেক্সি ভাড়া কৰি লৈছিল। তাৰ পিছত ড্ৰাইভাৰৰ মূৰত বন্দুক লগাই গাড়ীখন চুৰি কৰি লৈছিল।

লগতে পঢ়কঃ চলিত গ্ৰীষ্মত দেশত হিটষ্ট্ৰ’কত আক্ৰান্ত হৈছে ৪০ হাজাৰ লোক, মৃত্যু কিমানৰ? উদ্বিগ্ন ৰাষ্ট্ৰসংঘ!

যোৱা ২০ জুলাইত ইছমীতহঁতে চাপ্পৰচিৰিৰ ওচৰত এখন টেক্সি ৰখাইছিল। ইয়াৰ পিছত চালকৰ চকুত জলকীয়া গুৰি ছটিয়াই গাড়ীখন লৈ উধাও হয়। চালকজনে চিঞৰি থকাৰ সময়তে অভিযুক্তই দেশীয় পিষ্টলেৰে গুলীচালনা কৰে। বালাংগী থানাত পঞ্জীয়ন কৰা হৈছে এই ঘটনাৰ গোচৰ। বিশেষ সূত্ৰৰ পৰা তথ্য লাভ কৰি শেহতীয়াকৈ মোহালী আৰক্ষীয়ে অভিযান চলাইছিল। ইছমীত ওৰফে ইছু আৰু তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd