• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : অগপৰ স্থিতি ঢিলা হ’লেই; স্থানীয় পৰ্য্যায়ত মিত্ৰতাৰ কৰ্তৃত্ব

জিলা সমিতি আৰু সমষ্টিসমূহক সমভাৱাপন্ন দলৰ সৈতে নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে : কেশৱ মহন্ত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 6, 2018 9:35 pm
AGP

আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপ নেতৃত্ব। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩১ অক্টোবৰত অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত হোৱা সাধাৰণ পৰিষদৰ সভাত দলটোৱে ৰাইজে ভবাতকৈয়ো বেছি আত্মবিশ্বাস দেখুৱাই অকলেই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত গ্ৰহণ কৰি মিত্ৰ দল বিজেপিক এক প্ৰকাৰৰ ভয় খুৱাই দিছিল।

কিন্তু অগপৰ এই স্থিতিত সঁচাকৈয়ে অনমনীয় দৃঢ়তা আছে নে? যোৱা ৫ নৱেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হোৱাৰ লগে লগে এই প্ৰশ্নটো অধিক প্ৰাসংগিক হৈ পৰিছে। আনবোৰ দলৰ সমানে সমানে নিৰ্বাচনক লৈ সাজু হৈছে আঞ্চলিক দল অসম গণ পৰিষদো। কিন্তু সঁচাকৈয়ে অকলেই পঞ্চায়তত অৱতীৰ্ণ হ’বনে অগপ?

Apply Now

৩১ অক্টোবৰৰ সাধাৰণ পৰিষদৰ সভাৰ শেষত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৈছিল, “আঞ্চলিকতাবাদী ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেই অগপই এককভাৱে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে।”

এটা কথা সকলোৱে জানে যে অগপ-বিজেপিৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বহু পূৰ্বৰে পৰা আছে। বিগত বিধান সভাত বিজেপিৰে মিত্ৰতা কৰি চৰকাৰৰো অংশীদাৰ হ’ল আঞ্চলিক দলটো। পিছে চৰকাৰ গঠনৰ পাছৰে পৰা দল দুটাৰ মাজত চলি আছে যথেষ্ট মতানৈক্য।

মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দুয়োটা দলৰ মাজৰ সংঘাতৰ চোক এতিয়াও কমা নাই। ইতিমধ্যে অগপৰ গৰিষ্ঠ সংখ্যক তৃণমূল কৰ্মীয়েই বিজেপিৰে মিত্ৰতা ভংগ কৰাৰ দাবী উত্থাপন কৰি আছে। গতিকে অগপ নেতৃত্বই পঞ্চায়তত এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হোৱাৰ সেয়া এক প্ৰধান কাৰণ।

তাকে নকৰি বিজেপিৰে মিত্ৰতাৰ দিশত চিন্তা কৰিলে অগপৰ তৃণমূল কৰ্মী অসন্তুষ্ট হোৱাটো স্বাভাবিক। ইয়াৰ পূৰ্বে বিধান সভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰা বাবেই একাংশই দল ত্যাগ কৰি অসম গণ পৰিষদ (আঞ্চলিকতাবাদী) বুলি নতুন দল গঠন কৰিছিল। গতিকে তাৰ পুনৰাবৃত্তিৰ শংকা সম্পৰ্কে অৱগত দলটোৰ নেতৃত্ব। সেয়ে এই সিদ্ধান্ত।

কিন্তু দেখাত মিত্ৰতা নহ’লেও বিজেপি বা আন দলৰ সৈতে অগপৰ ভিতৰে ভিতৰে নিৰ্বাচনী বুজাবুজি চলি থাকিব। শেহতীয়াভাৱে এই কথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ মুখেৰেই প্ৰকাশ পাইছে।

আজি কেশৱ মহন্তই কলিয়াবৰত সাংবাদিকৰ আগত কয়, “স্থানীয়ভাৱে জিলা সমিতি আৰু সমষ্টিসমূহে যদি সমভাৱাপন্ন দলৰ সৈতে নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰে তাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।”

অৰ্থাৎ, অগপ নেতৃত্বই এইবাৰ পঞ্চায়তৰ ক্ষেত্ৰত তৃণমূল কৰ্মীলৈ সিদ্ধান্ত গ্ৰহণৰ দায় ঠেলি নিজে দায়ৰ পৰা যে হাত সাৰিব বিচাৰিছে সেই কথা ইয়াৰ দ্বাৰাই প্ৰমাণ হৈছে।

দ্বিতীয়তে, কেশৱ মহন্তই উল্লেখ কৰা ‘সমভাবাপন্ন দল’ৰ ভিতৰত বিজেপি প্ৰধান। কিয়নো সমভাৱাপন্ন নহ’লে বিজেপিৰে অগপই মিত্ৰতা নকৰিলে হেঁতেন।

উল্লেখ্য যে, যোৱা ৩১ অক্টোবৰত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আমাৰ সাংবাদিকে বাৰে বাৰে সুধিছিল, “পঞ্চায়তত স্থানীয় পৰ্যায়ত অন্য দলৰ সৈতে অগপৰ বুজাবুজি হ’ব পাৰে নেকি?”

তেতিয়া কলিতাৰ স্পষ্ট উত্তৰ আছিল, “আমি এককভাৱে অৱতীৰ্ণ হ’ম বুলি সিদ্ধান্ত লৈছো যেতিয়া এই কথাষাৰ অহাৰ প্ৰশ্নই আহিব নালাগে।”

গতিকে পঞ্চায়ত নিৰ্বাচনত আন দলৰ সৈতে বুজাবুজিৰ ক্ষেত্ৰত মন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ আজিৰ মন্তব্য আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিপৰীত ভাষ্য দেখা গ’ল। আচলতে অগপই ‘সাপো মৰক লাঠীও নাভাগক’ নীতি লৈছে। মিত্ৰতাৰ পৰা আঁতৰি থাকি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিৰ প্ৰতি অসমৰ খিলঞ্জীয়া ৰাইজৰ থকা ৰোষৰ পৰাও নিজকে বচালে, ইফালে স্থানীয় পৰ্য্যায়ত মিত্ৰতাৰ বাটো খোলা ৰাখিলে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd