DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী অসম গণ পৰিষদৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
September 27, 2020 4:18 pm
বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী অসম গণ পৰিষদৰ

ফটো : নৰ্থ-ইষ্ট নাও

179
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যপালৰ শাসনৰ লগতে মহামাৰী ক’ৰ’নাৰ বাবে বিটিচি অঞ্চলত উন্নয়ন স্থবিৰ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অতি শীঘ্ৰে পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে অসম গণ পৰিষদ দলে।

আজি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ নেতৃত্বই যুটীয়াভাৱে এখন সংবাদমেলৰ আয়োজন কৰি এই দাবী উত্থাপন কৰে।

সংবাদমেলত চিৰাং অগপৰ সম্পাদক কৰণ দাস আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বিটিএডিৰ সমন্বয়ক ৰহেন ৰয়ে অতি শীঘ্ৰে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু মুখ্য মন্ত্ৰীক দাবী জনায়।

তেওঁলোকে বিটিচিত ৰাজ্যপাল শাসন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা অঞ্চলটোৰ উন্নয়ন স্তব্ধ হৈ পৰা বুলি উল্লেখ কৰে।

“ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি যেনে অৰুণোদয় আদি বিটিচিত লাগু হোৱা নাই সেয়ে এই আঁচনি সমূহৰ সুবিধাৰ পৰা বহু লোক বঞ্চিত হৈছে। সেয়ে এই লোক সকলৰ কথা চিন্তা কৰি ৰাজ্যিক নিৰ্বাচন আয়োগক অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনালো”, এইদৰে কয় ৰহেন ৰয়ে।

আজিৰ এই সংবাদমেলত কোকৰাঝাৰ জিলা অগপৰ সভাপতি জাকিৰ হুছেইন, চিৰাং জিলাৰ সম্পাদক কৰণ দাস, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কৰ্ণ মোহন ৰয় পবিত্ৰ কুমাৰ ৰয়ৰ লগতে আন বহু নেতা-কৰ্মী উপস্থিত থাকে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd