• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়তৰ প্ৰস্তুতি : বুধবাৰে আমবাৰীয়ে ল’ব ‘অগপ-বিজেপি’ৰ মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 30, 2018 8:37 am

2 min read

President of Asom Gana Parishad

ফাইল ফটো

419
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক নিৰ্বাচন আয়োগে অহা ১৫ ডিচেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ পাছতে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সেয়ে ৰাজ্য চৰকাৰৰ মিত্ৰ দল অগপইও ৰণপ্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে বুধবাৰে গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাৰ আহ্বান জনাইছে।

জানিব পৰা মতে কাইলৈ অনুষ্ঠিত হ’বলগীয়া সভাখনত আলোচনাৰ মূল বিষয়বস্তু হ’ব মিত্ৰতা। বিধানসভা নিৰ্বাচনৰ সময়ত অগপৰে মিত্ৰতা কৰি ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হৈছিল যদিও পৰৱৰ্তী সময়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুতো জনবিৰোধী নীতিৰ বাবে এতিয়া অগপই আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ পোষকতা কৰিছে।

ইফালে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগতো বিজেপি আৰু অগপৰ মাজত কিছু মতানৈক্য সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সেয়ে এই সকলোবোৰ বিষয় সামৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ লগতে অন্যান্য বিষয় সন্দৰ্ভত কাইলৈৰ সভাত আলোচনা হ’ব।

বুধবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ’বলগীয়া বৈঠকত সকলো জিলা কমিটিৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকলক উপস্থিত থাকিবলৈ ইতিমধ্যে কেন্দ্ৰীয় কমিটীয়ে নিৰ্দেশ দিছে। দলৰ কেন্দ্ৰীয় কমিটিয়ে জিলা কমিটিৰ নেতৃত্বৰ লগত আলোচনাত মিলিত হৈ নিৰ্বাচন সন্দৰ্ভত বিতং চূড়ান্ত সিদ্ধান্ত ল’ব।

ইফালে সোমবাৰে অগপৰ বিধায়িনী দলৰ কাৰ্যালয়ত দলৰ নিৰ্বাচন কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। উক্ত বৈঠকতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিবলৈ জিলা আৰু সমষ্টি কমিটি সমূহক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd