• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত একগোট হৈ প্ৰতিবাদ অগপ-কৃষক মুক্তিৰ লগতে কেইবাটাও দল-সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2018 8:13 am
Citizenship-Amendment-Bill-2016

প্ৰতিনিধিত্বমূলক চিত্ৰ

265
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠন একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে সোমবাৰে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে তামুলপুৰত কেইবাটাও দল-সংগঠনৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে।

বিধেয়কখন বাতিলৰ দাবীত কালি বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম গণ পৰিষদৰ জিলা সমিতি, তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতি প্ৰমুখ্যে কেইবাটাও দল-সংগঠনৰ লোকে তামুলপুৰৰ ঘগ্ৰাচ’কত দুঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা দেখা যায়।

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব বিধেয়ক বাতিল কৰক, নৰেন্দ্ৰ মোদা হুচিয়াৰ, আৰ এছ এছ হুছিয়াৰ, অবৈধ বাংলাদেশীক অসমত থাকিবলৈ দিয়া নহ’ব, অসমৰ পৰা বাংলাদেশী যাবই লাগিব আদি শ্লোগানেৰে প্ৰতিবাদস্থল উত্তাল কৰি তোলে।

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ পাছত প্ৰতিবাদকাৰীসকলে তামুলপুৰ মহকুমা প্ৰশাসনৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

মঙলবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত বাগছা জিলাৰ কৃষক মুক্তিৰ সভাপতিনীলাধৰ কলিতা, সম্পাদক থানেশ্বৰ কলিতা, তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ ৰাভা, তামুলপুৰ জিলা অগপৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জিত দাস, তামুলপুৰ আঞ্চলিক কলিতা জনগোষ্ঠী সন্মিলনৰ সম্পাদক, এজেৱাইচিপিৰ লগতে কেইবাটাও দল-সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd