• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী বৃন্দাবন গোস্বামী!

অনির্বান পাঠক by অনির্বান পাঠক
February 28, 2019 3:24 pm
30-08-15 Nagaon- Brindaban Goswami and Rockibul address media (2)

অগপ নেতা বৃন্দাবন গোস্বামী। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদীয় ৰাজনীতিলৈ যোৱাৰ মন মেলিছে অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে। ২০১৯ৰ লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অগপৰ এসময়ৰ সভাপতি তথা বৰ্তমানৰ বিধায়কজনে।

অৱশ্যে, এই কথা এতিয়াও আনুষ্ঠানিকভাৱে সদৰী কৰা হোৱা নাই যদিও অগপৰ এটা সূত্ৰই নৰ্থ-ইষ্ট নাওক এই কথা জানিবলৈ দিছে।

Apply Now

ইপিনে, নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বৃন্দাবন  গোস্বামীয়ে কথাটো অস্বীকাৰ কৰা নাই যদিও নিৰ্বাচনলৈ সময় যথেষ্ট কম গতিকে এতিয়াই একো সিদ্ধান্ত ল’ব পৰা নাই বুলি মন্তব্য কৰে।

অৱশ্যে তেওঁ কয়, “তেজপুৰ লোকসভা সমষ্টিৰ বহু সংখ্যক অগপ কৰ্মী-সমৰ্থকে মোক লোকসভাত অৱতীৰ্ণ হোৱাটো বিচাৰিছে। দলৰ মজিয়াতো এই বিষয়ে চৰ্চা চলিছে। দলে কি সিদ্ধান্ত লয় তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব।”

তেওঁ লগতে কয়, “মই প্ৰাৰ্থী হও বা নহও, কিন্তু জাতিৰ সংকট কালত অসমৰ হৈ দিল্লীত মাত মাতিব পৰা প্ৰতিনিধি লাগে। সেই কথা অসম গণ পৰিষদে গুৰুত্ব সহকাৰে লৈছে।”

অৱশ্যে গোস্বামীয়ে বৰ্তমান তেজপুৰ বিধান সভা সমষ্টিত তেজপুৰ ইন্টাৰ ষ্টেট বাছ টাৰ্মিনাছ, তেজপুৰ বিশ্ববিদ্যালয়ত এটা ক্ৰীড়া প্ৰকল্প, সমষ্টিটোৰ বাট-পথ সমুহৰ নিৰ্মাণকে ধৰি কেইবাটাও উন্নয়নমূলক কামতহে আত্মনিয়োগ কৰি থকা বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অগপৰ জন্মলগ্নৰ এগৰাকী নিষ্ঠাৱান নেতা হিচাপে গোস্বামীয়ে অগপৰ প্ৰথমটো কাৰ্যকালত শিক্ষা মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল। তদুপৰি, পৰৱৰ্তী সময়ত অগপৰ সংকট কালত তেওঁ সভাপতি পদত অধিষ্ঠিত হৈ দলটোক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd