• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত অগপৰ জাতীয় ঐক্য সমাৰোহ; উন্নয়নৰ কথা পাহৰি কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ সমালোচনাত গদগদ অতুল বৰা

NE NOW NEWS পুলেন্দ্ৰ দাস
গুৱাহাটী , January 5, 2021 3:29 pm

1 min read

বৰপেটাত অগপৰ জাতীয় ঐক্য সমাৰোহ; উন্নয়নৰ কথা পাহৰি কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ সমালোচনাত গদগদ অতুল বৰা
159
VIEWS
Share on FacebookShare on Twitter

বৰপেটা চহৰত আজি অসম গণ পৰিষদ দলে জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰে।

এই সমাৰোহৰ জৰিয়তে অসম গণ পৰিষদ দলে বৰপেটা জিলাত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আনুষ্ঠানিক আৰম্ভণি কৰে।

বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত ৰাজ্যৰ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক চোকা সমালোচনা কৰে।

ৰে’লৰ ব্ৰেকৰ আবিস্কাৰক গুৰুপ্ৰসাদ দাস বৰপেটাৰ সন্তান বুলি উল্লেখ কৰি এই বৰপেটাৰ পৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক ৰাইজে ব্ৰেক মাৰিব বুলি মন্তব্য কৰে অতুল বৰাই।

বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত সমাৰোহত মন্ত্ৰী অতুল বৰাই উন্নয়নৰ কথা কোৱাৰ পৰিবৰ্তে আনক সমালোচনাত ব্যস্ত থকাহে পৰিলক্ষিত হয়।

সভাত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অগপৰ লক্ষ্যৰ ওপৰত বক্তব্য আগবঢ়ায়। বিশাল সভাখনত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক ভূপেন ৰয়, নুৰুল হুছেইন, অগপ নেত্ৰী কল্পনা পাটোৱাৰীৰ লগতে কেইবা গৰাকী নেতাই ভাষণ প্ৰদান কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd