• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন অগপ সভাপতি অতুল বৰাৰ

জাতীয় সংকট প্ৰতিহত কৰা-আঞ্চলিকতাবাদক আগবঢ়াই নিয়াত দায়বদ্ধ অগপ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2018 7:59 am
527
VIEWS
Share on FacebookShare on Twitter

অগপ দলৰ সভাপতি অতুল বৰাই ৩০ ডিচেম্বৰত এক সংবাদমেলৰ জৰিয়তে সমাগত নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি নতুন বছৰটোত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী হোৱাৰ লগতে শান্তি-সমৃদ্ধিৰে অসমৰ সমাজ জীৱন জীপাল হৈ পৰাৰ আশা প্ৰকাশ কৰে।

সংবাদমেলতে অতুল বৰাই জাতীয় দায়বদ্ধতাক কান্ধপাতি নতুন বছৰত আঞ্চলিকতাবাদী ৰাজনীতিৰ সম্প্ৰসাৰণ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰে। লগতে জাতীয় সংকটৰ সময়ত সামূহিক প্ৰচেষ্টাৰ অত্যন্ত প্ৰয়োজন আৰু এই প্ৰচেষ্টাত চামিল হ’বলৈ অগপ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি জাতীয় সংকট প্ৰতিহত কৰা আৰু আঞ্চলিকতাবাদক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দলটো দায়বদ্ধ বুলিও স্পষ্ট কৰে।

সভাপতি গৰাকীয়ে সাম্প্ৰতিক সময়ত অসমৰ অস্তিত্ব, ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰচণ্ড ভাবুকি অহা বুলি সদৰী কৰি এই ভাবুকি ঐক্যবদ্ধভাৱে প্ৰতিহত কৰিব লাগিব বুলি কয়। জাতীয় জীৱনৰ সংকটৰ সময়ত সামূহিক প্ৰচেষ্টাৰ অত্যন্ত প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ নতুন প্ৰজন্মৰ চিন্তা-চৰ্চাক জাতীয় চেতনাৰে দায়বদ্ধ কৰি ৰাজ্যখনক নতুন গতিপথ দিয়াৰ সময় সমাগত বুলিও কয়।

তাৰোপৰি নতুন বছৰত নতুন প্ৰজন্ম আৰু মহিলা সামজক বিশেষভাৱে অগ্ৰাধিকাৰ দি ব্যাপক গণসংযোগেৰে আঞ্চলিক ৰাজনীতিত নতুন গতি দিবৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে অগপৰ সভাপতি অতুল বৰাই।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd