• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ কৰ্মীয়েই জ্বলালে অগপৰ কাৰ্যালয়! : কল্পনা পাটোৱাৰীৰ সমষ্টিত ক্ষোভৰ উদগীৰণ দলীয় কৰ্মীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2021 4:38 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ কয়াকুছিস্থিত মুখ্য নিৰ্বাচনী কাৰ্যালয় জ্বলাই লণ্ড ভণ্ড কৰিলে অসম গণ পৰিষদৰ দলীয় কৰ্মীয়ে।

বিজেপিৰ মিত্ৰজোঁটে অগপক এৰি দিয়া সমষ্টিটো সংগীত শিল্পী কল্পনা পাটোৱাৰীয়ে অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে।

Apply Now

উল্লেখ্য যে শুকুৰবাৰে প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ সমৰ্থন সমষ্টিটোত ৰোড শ্ব’ তথা বাইক ৰেলী উলিওৱা হৈছিল।

প্ৰাৰ্থী কল্পলা পাটোৱাৰীৰ লগতে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অংশগ্ৰহণ কৰা ৰোড শ্ব’টোৰ সমাপ্ত হোৱাৰ পিছতে ক্ষুব্ধ অগপ কৰ্মীসকলে মুখ্য নিৰ্বাচনী কাৰ্যালয়টোত থকা চকী মেজ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে জ্বলাই দিয়ে।

ইফালে বাইক ৰেলীত অংশগ্ৰহণ কৰা দলীয় কৰ্মীসকলে অভিযোগ কৰি কয় যে বাইক ৰেলীত অংশগ্ৰহণ কৰাৰ সময়ত নেতাসকলে দলীয় কৰ্মীসকলক পানী যোগান নিদিয়াৰ লগতে ধন দিয়া নাছিল। যাৰ ফলত ক্ষুব্ধ দলীয় কৰ্মীসকলে কাৰ্যালয়টো লণ্ড ভণ্ড কৰাৰ লগতে জ্বলাই দিয়ে।

“ওপৰ পৰা পইচা দিছে, কিন্তু আমাক পইচা দিয়া নাই। আৰু আমাক চাহ দিয়া নাই, পানী এবটলো দিয়া নাই। পইচা দিয়া নাই কাৰণে সকলোৱে ভাঙিছে।” ক্ষুব্ধ দলীয় কৰ্মীয়ে এইদৰে কয়।

ইফালে সমষ্টিটোৰ অগপৰ নেতাই ঘটনাটোত কোনো তৃতীয় পক্ষ জড়িত আছে বুলিও দাবী কৰিছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Tags: Assam Electon
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে মহান কিৱি বেটছমেন কেন উইলিয়ামছনে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে মহান কিৱি বেটছমেন কেন উইলিয়ামছনে

June 12, 2026 4:25 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ১৫ মিনিট অতিৰিক্ত সময়ৰ ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ

নিট পৰীক্ষাৰ্থীৰ বাবে ১৫ মিনিট অতিৰিক্ত সময়ৰ ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ

June 12, 2026 3:56 pm
ধৰ্মস্থলী গণকবৰ গোচৰত প্ৰকাশ ৰাজৰ নাম! ‘দুদিনৰ ভিতৰত সকলো উত্তৰ দিম’ বুলি ঘোষণা অভিনেতাগৰাকীৰ

ধৰ্মস্থলী গণকবৰ গোচৰত প্ৰকাশ ৰাজৰ নাম! ‘দুদিনৰ ভিতৰত সকলো উত্তৰ দিম’ বুলি ঘোষণা অভিনেতাগৰাকীৰ

June 12, 2026 3:45 pm
কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

June 12, 2026 3:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে মহান কিৱি বেটছমেন কেন উইলিয়ামছনে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে মহান কিৱি বেটছমেন কেন উইলিয়ামছনে

June 12, 2026 4:25 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ১৫ মিনিট অতিৰিক্ত সময়ৰ ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ

নিট পৰীক্ষাৰ্থীৰ বাবে ১৫ মিনিট অতিৰিক্ত সময়ৰ ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ

June 12, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd